Your Voice, Our Strength
Browsing Tag

Azir Khobor

লাভলীনা বৰগোহাঁইক লৈ আমি গৰ্বিত।

আজিৰ খবৰ, ৪ আগষ্ট : টকিঅ' অলিম্পিকত অসমৰ প্ৰথম মহিলা বক্সাৰ লাভলীনা বৰগোহাঁই সমস্ত শক্তি প্ৰয়োগ কৰি "ব্ৰঞ্জ"ৰ পদক কঢ়িয়াই অনা বাবে ৰাজ্যৰ ভিন - ভিন দল-সংগঠনে একেমুখে অভিনন্দন, শুভেচ্ছা, শুভকামনা জনাইছে। এক বাৰ্তাত "বহুবাক" (বহুভাষিক…

ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে লাভলীনাৰ নাম

আজিৰ খবৰ, গুৱাহাটী, ৪ আগষ্ট : অসম কন্যা লাভলীনা বৰগোঁহাই ৯ আগষ্টত গুৱাহাটীত আহি উপস্থিত হ’ব। অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমৰ খেলুৱৈ হিচাপে পৰিগণিত হ’ল লাভলীনা বৰগোঁহাই। টকিঅ’ অলিম্পিকত বুধবাৰৰ ছেমি ফাইনেলত…

মঙ্গলদৈত উৎকোচ লৈ থাকোতেই হাতে লোটে গ্ৰেপ্তাৰ হ’ল কৃষি বিষয়া

আজিৰ খবৰ, মংগলদৈ, ৪ আগষ্ট : দুৰ্নীতি নিবাৰক শাখাৰ এক অভিযানত গ্ৰেপ্তাৰ হয় খাৰুপেটীয়া কৃষি খণ্ডৰ এগৰাকী কৃষি বিষয়া । জৈনক দাস ।নামৰ কৃষি বিষয়া গৰাকীয়ে ১৫,০০০ টকা উৎকোচ লৈ থকা অৱস্থাত বুধবাৰে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে আকস্মিকভাৱ এক অভিযান…

Tokyo Olympics 2020: Medals tally

Tokyo, Aug 04 updates: Top medels tally countries in the Tokyo Olympics till August 04,2021. Where China's has won highest 'Gold' medals i,e -32 Gold's and total 69 medals. Followed by USA, 25 'Gold' medals , which secured  75 medals and…

অভিলেখ সংখ্যক ৰাজহ সংগ্ৰহ পৰিবহন বিভাগৰ

আজিৰ খবৰ, গুৱাহাটী, ৪ আগষ্ট : অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কাৰ্যালয়ে ক'ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চলি থকা সান্ধ্য আইন , লকডাউন আৰু ৰোগৰ ভয়াবহতা স্বত্বেও চলিত ,…

আজাৰাৰ অবৰুদ্ধ ক্ষেত্ৰ পৰিদৰ্শন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

আজিৰ খবৰ, গুৱাহাটী, ৪ আগষ্ট : ৰাজ্যৰ আন আন কেতবোৰ অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰৰ কাহিকুছি গাঁও পঞ্চায়তৰ অন্তৰ্গত পাচনীয়াপাৰাত ক'ভিড - ১৯ ভাইৰাছে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে । অঞ্চলটোৰ ৮০ ঘৰ বাসিন্দাৰ ভিতৰত প্ৰায় ১৫ জন বাসিন্দা…

কেতিয়া শেষ হ’ব শ্রমিকৰ শোষণ- বঞ্চনা ?

আজিৰ খবৰ, গুৱাহাটী, ৩ আগষ্ট : আজি বৰঝাৰস্থিত আন্ত:ৰাষ্ট্ৰীয় ভাৰতৰত্ন গোপীনাথ বৰদলৈ বিমান বন্দৰৰ মজদুৰ সংঘৰ কাৰ্যালয়ত ভাৰতীয় মজদুৰ সংঘৰ অন্তৰ্গত মজদুৰ সংঘৰ এখনি গুৰুত্বপূর্ণ সভা আড়ম্বৰপূর্ণভাৱে অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে অসম…