২৯ আগষ্টত কেন্দ্ৰীয় সংস্কৃত দিৱসৰ অভিনন্দন অনুষ্ঠানৰ আয়োজন।
আজিৰ খবৰ, গুৱাহাটী, ২৫ আগষ্ট : গুৱাহাটী মহানগৰীৰ জালুবাৰিস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত অসম উচ্চ সংগীত বিদ্যালয় সন্মিলনৰ উদ্যোগত সদৌ অসম সংস্কৃত ছাত্ৰ সন্থা,অসম সংস্কৃত সাহিত্য সভাৰ সহযোগত অহা ২৯ আগষ্টত কেন্দ্ৰীয় ভাবে…