পুনৰ কোভিডে ধ্বংস কৰিব নেকি সাধাৰণ মানুহৰ জীৱন জীৱিকা!
আজিৰ খবৰ, নতুন দিল্লী, ২৩ আগষ্ট : যি সময়ত কোভিডে দেশৰ সাধাৰণ মানুহৰ জীৱন জীৱিকা একপ্ৰকাৰ নিঃশেষ কৰি পেলালে তেনে সময়তে ভাৰতত পুনৰ কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকা কৰা হৈছে । ছেপ্টেম্বৰৰ পৰা তৃতীয়টো ঢৌৱে অধিক ভয়াৱহ ৰূপ লোৱাৰ সম্ভাৱনা আছে বুলি…