গাড়ীগাঁৱ , জালুকবাৰীত ঘৰতে পঢ়িলে ঈদ-উদ – জোহাৰ নামাজ
আজিৰ খবৰ, গুৱাহাটী, ২১ জুলাই : বিশ্বৰ ইছলাম ধৰ্মী লোক সকলৰ পবিত্ৰ ত্যাগ আৰু ভাতৃত্ব বোধৰ উৎসৱ হিচাপে পৰিগণিত হৈ অহা ঈদ - উদ - জোহাৰ" সমূহীয়া নামাজ এইবেলি কতো সম্পন্ন নহল ক'ভিড মহামাৰীৰ বাবে । ক'ভিডৰ গণ সংক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি…