Your Voice, Our Strength
Browsing Tag

News Time Assam

২৩ আগষ্টৰ পৰা গুৱাহাটী আৰু তেজপুৰৰলৈ নিয়মীয়াকৈ চলিব ৰেলসেৱা

আজিৰ খবৰ, গুৱাহাটী, ৮ আগষ্ট : ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে প্ৰায় ৩ মাহ ধৰি বন্ধ হৈ থকাৰ পাছত যাত্ৰীৰ বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষই ২৩ আগষ্টৰ পৰা নিয়মীয়াকৈ গুৱাহাটী আৰু তেজপুৰৰ মাজত পূৰ্বতে চলাচল…

ৰিপুণ বৰাৰ দিনটো ভাল আছিল আৰু ভূপেন বৰা সভাপতি হোৱাৰ পাছতো এশ শতাংশই ভাল সম্পৰ্ক থাকিব কংগ্ৰেছৰ…

আজিৰ খবৰ, গুৱাহাটী, ৮ আগষ্ট : কংগ্রেছ আৰু এ আই ইউ ডি এফৰ সম্পর্ক আজিও এশ শতাংশ ঠিকেই আছে৷ৰিপুণ বৰা সভাপতি হিচাপে থাকোঁতেও কংগ্রেছ ভাল আছিল আৰু ভূপেন বৰা সভাপতি হোৱাৰ পাছতো ভাল হ’ব৷ আগন্তুক উপ–নির্বাচনত এ আই ইউ ডি এফৰ ভূমিকা কি হ’ব, সেয়া ১৩…

THE MUSICAL HOUSE

During the tea time my mother told me a very interesting story. The Incident took place when my grandmother was like 12 years of her age. Her father had a transfer to different city. Therefore came in search of a house for rent for our…

ধাৰাবাহিক পত্ৰোপন্যাসঃ ৫ “ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০”

ধাৰাবাহিক পত্ৰোপন্যাসঃ ৫ “ নীলাৰ স’তে সূৰ্যাস্তৰ সন্ধানত০০০০” ------------- অৰুণাভ ----------- পঞ্চম খণ্ড_________ নীলা, বৰষুণৰ টোপালবোৰে এন্ধাৰবোৰ তিয়াই পেলাইছে ৷ খোলা খিৰিকীৰে নিজান নিশাৰ গীতৰ কলি এটা হৈ মোৰ জোনাক জিজ্ঞাসাই আতুৰ…

পৰিবহন বিভাগৰ অভিলাসী পদক্ষেপ , ১১ আগষ্টৰ পৰা চিকিৎসকক প্ৰদান কৰিব গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ

আজিৰ খবৰ, গুৱাহাটী, ৭ আগষ্ট : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা ) কার্যালয়ে চিকিৎসকক সকাহ দিয়াৰ বাবে আন এক ইতিবাচক পদক্ষেপ হাতত…

গোটানগৰ সংৰক্ষিত বনাঞ্চলৰ শিৱনগৰত খানামুখ খণ্ড বন কাৰ্যালয়ৰ উচ্ছেদ অভিযান

আজিৰ খবৰ, গুৱাহাটী, ৭ আগষ্ট : পৰিবেশ সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰৰ বন বিভাগে বনাঞ্চলত বেদখল উচ্ছেদ অভিযান , উচ্ছেদিত স্থানত গছপুলি ৰোপনকে ধৰি কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা স্বত্বেও একাংশ লোকে ৰাজ্যৰ আন বনাঞ্চলৰ লগতে গুৱাহাটী মহানগৰীতো…

বিদ্যালয়লৈ ৩ কোটিকৈ টকা ৰাজ্য চৰকাৰৰ ।

আজিৰ খবৰ, গুৱাহাটী, ৭ আগষ্ট : অলপ দিনৰ পাছতে দেশে  স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰত ভৰি দিব ৷ দেশে স্বাধীনতা লাভৰ ৭৫ বছৰত উপনীত হোৱাৰ সৈতে সংগতি ৰাখি অসমৰ শিক্ষাখণ্ডই লৈছে এক অভিলাষী আঁচনি । ৭৫ বছৰত ভৰি দিয়া প্ৰতিখন উচ্চ মাধ্যমিক বিদ্যালয়লৈ ৰাজ্য…

দুখন দেশৰ দুটা ৰাষ্ট্ৰীয় সংগীতৰ স্ৰষ্টা কবিগুৰুলৈ শ্ৰদ্ধাঞ্জলি

আজিৰ খবৰ,৭ আগষ্ট : সাহিত্যৰ ক্ষেত্ৰখনত সদায় নক্ষত্ৰ হিচাপে জিলিকি থকা কবি গুৰুৰ আজি ৮০ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ বিশ্বকবি হিচাপে সৰ্বজনবিদিত মহান সংগীতজ্ঞ, চিত্ৰশিল্পী, লেখক, কবি আৰু চিন্তাবিদ ৰবীন্দ্ৰনাথ ঠাকুৰৰ অনবদ্য অৱদানৰ বাবেই আজিও…