আৰক্ষী লৈ ফোন : ৰে’ল ষ্টেছন আৰু অমিতাভ বচ্চনৰ ঘৰত ৰখা হৈছে শক্তিশালী বোমা
আজিৰ খবৰ, মুম্বাই, ৭আগষ্ট : মাজনিশা অচিনাকী কণ্ঠৰ টেলিফোনে আৰক্ষীৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে । এই ঘটনা সংঘটিত হৈছে মুম্বাইত ।মাজনিশা টেলিফোন যোগে মুম্বাই আৰক্ষীলৈ কোনো অচিনাকী কণ্ঠৰ ব্যক্তিয়ে ফোন কৰি তিনিটা ৰেল ষ্টেচন আৰু অমিতাভ বচ্চনৰ ঘৰত…