Your Voice, Our Strength
Browsing Tag

News Time Assam

অসমৰ চাহ উদ্যোগত এইবাৰ চীনৰ চকু

আজিৰ খবৰ ,৬ আগষ্ট : এইবাৰ ৰঙা চীনৰ চকু পৰিছে অসমৰ চাহৰ ওপৰত । গভীৰ ষড়যন্ত্ৰৰ কৱলত পৰিছে অসমৰ চাহ উদ্যোগ। উল্লেখ্য যে দেশৰ ৰপ্তানি ব্যৱস্থাটোক প্ৰভাৱিত কৰিবলৈ চীনে ৰচিছে বিশেষ কুট–কৌশল আৰু তাৰ ব্যাপক প্ৰভাৱ পৰিছে অসমৰ চাহ উদ্যোগত। চীনৰ…

অখ্যাত ট্ৰাকচালকসকলক লগ পাবলৈ ব্যাকুল মীৰাবাঈ চানু ।

আজিৰ খবৰ, মনিপুৰ, ৬ আগষ্ট : টকিঅ’ অলিম্পিকত ৰূপৰ পদক জয়ী ভাৰোত্তোলক মণিপুৰৰ মীৰাবাঈ চানুৱে নিজৰ ঘৰৰ চোতালত হঠাৎ হুকহুকাই কান্দি উঠিল । টকিঅ’ৰ পৰা ওভতাৰ পিছৰে পৰা অহৰহ ভাবে কাৰোবাক বিচাৰি আছিল মীৰাবাঈ চানুৱে । লগ পাবলৈ ব্যাকুল হৈ পৰিছিল…

মিৰ্জাৰ পৰা লাডাখলৈ খোজৰে যাত্ৰা কৰিবলৈ সাজু হৈছে ৰাষ্ট্ৰীয় খেলুৱৈ অঞ্জলি দাস।

আজিৰ খবৰ , ৬ আগষ্ট : চকুত অযুত সপোন, বুকুত অদম্য সাহস, মনত প্ৰবল আত্মবিশ্বাসেৰে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ সমীপৰ বৰিহাটৰ হাটখোৱাপাৰা নিবাসী ৰাষ্ট্ৰীয় খেলুৱৈ অঞ্জলি দাসে নিজ গৃহৰ পৰা নিজৰ একক তথা ঐকান্তিক প্ৰচেষ্টাৰে লাডাখলৈ খোজ…

মহানগৰীত আৰক্ষীৰ অভিযানত গীতানগৰ আৰক্ষীৰ জালত বৃহৎ জালনোট চক্ৰ ৷

আজিৰ খবৰ, গুৱাহাটী, ৬ আগষ্ট: অসম সচিবালয়ৰ প্ৰৱেশ পত্ৰ লৈ ৰাজ্যত জালনোটৰ পোহাৰ মেলিছে এটা দুষ্ট চক্ৰই। অসম সচিবালয়ৰ প্ৰৱেশ পত্ৰ লৈ শদিয়াৰ পৰা ধুবুৰীলৈ জাল নোটৰ বেহা চলাই দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত ৰামটাঙোন সুধাইছে । নকল নোটৰ বেহাৰ তথ্য লাভ কৰি…

কলিয়াভোমোৰা দলঙৰ ওপৰত বুকু কঁপি যোৱা ভয়ংকৰ দুর্ঘটনা।

আজিৰ খবৰ, তেজপুৰ, ৬ আগষ্ট: কলিয়াভোমোৰা দলং ত নিশা পথ দুর্ঘটনা। কথমপি দলঙৰ পৰা ব্ৰহ্মপুত্ৰত নপৰিল ট্ৰাক । দুর্ঘটনাগ্ৰস্ত ট্ৰেইলাৰ খনৰ নম্বৰ GJ 05 AT 2831 । তেজপুৰ ডেকাৰ গাওঁৰ পৰা গোলাঘাটলৈ বুলি পাইপ কঢ়িয়াই আনিছিল ট্ৰেইলাৰখনে । কলিয়াভোমোৰা…