ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰ বাবে লাভলীনাৰ নাম
আজিৰ খবৰ, গুৱাহাটী, ৪ আগষ্ট : অসম কন্যা লাভলীনা বৰগোঁহাই ৯ আগষ্টত গুৱাহাটীত আহি উপস্থিত হ’ব।
অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমৰ খেলুৱৈ হিচাপে পৰিগণিত হ’ল লাভলীনা বৰগোঁহাই। টকিঅ’ অলিম্পিকত বুধবাৰৰ ছেমি ফাইনেলত…