মুখ্যমন্ত্ৰী গৰাকীৰ ঘোষণা, পুনৰ চাকৰিত যোগ দিব পাৰিব অৱসৰপ্ৰাপ্ত ASI সকলে ।
আজিৰ খবৰ,১৪ জুলাই : অসম আৰক্ষীৰ সংস্কাৰ আৰু আধুনিকীকৰণক লৈ
চৰ্চা হৈ থকাৰ সময়তে আজি অসম বিধানসভাত আৰক্ষীৰ আধুনিকীকৰণক লৈ বহু গুৰুত্বপূৰ্ণ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।৬০-৬৫ বছৰৰ বয়সৰ অৱসৰপ্ৰাপ্ত ASI সকলক পুনৰ চাকৰিলৈ…