Your Voice, Our Strength
Browsing Tag

NKTV

ক’ভিডসৃষ্ট পৰিৱেশৰ এই সময়ছোৱাত ৰাজ্যৰ সংগীত ক্ষেত্ৰখনলৈ আহিছে আন এক নতুন খবৰ।

আজিৰ খবৰ, গুৱাহাটী, ২০ জুলাই : মঙলবাৰে মহানগৰীৰ হোটেল শ্বুলিন গ্ৰেণ্ডৰ কলিতা কেফেত গীতটিৰ শুভমুক্তি প্ৰদান কৰা হয়। জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি লিখিছে শশাংক সমীৰে। গীতটোৰ সৈতে জড়িত হৈ আছে জয়ন্ত কাকতি, শেখৰ জ্যোতি গোস্বামী, ৰাজা বৰুৱা, বাবলু,…

ডবকাত নিশা বন বিভাগৰ অভিযান৷

আজিৰ খবৰ, ডবকা, ২০ জুলাই : ডবকাত নিশা বন বিভাগৰ অভিযান৷ অভিযানত ডবকা কছাৰীপাৰাৰ নাসিৰ উদ্দিনৰ ঘৰৰ পৰা জব্দ কৰে ১৬ কেজি বগা চন্দন কাঠ। হোজাইৰ আঞ্চলিক বন সুৰক্ষা বিষয়া শ্বামিম আখতাৰৰ নেতৃত্বত বন বিভাগ আৰু ডবকা…

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত নতুন অধ্যক্ষ নিযুক্তি

আজিৰ খবৰ, যোৰহাট, ২০ জুলাই : যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগৰ সহযোগী অধ্যাপক ড০ অতনু কুমাৰ দত্তক যোৰহাট বিজ্ঞান আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান কৰিছে। দত্তই ১আগষ্টৰ পৰা উক্ত পদত…

নলবাৰীত যন্ত্ৰৰ সহায়ত প্ৰথমবাৰৰ বাবে কঠীয়া ৰোপনৰ শুভাৰম্ভনী জিলা উপায়ুক্তৰ

আজিৰ খবৰ, নলবাৰী, ২০ জুলাই : নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰ আৰু জিলা কৃষি বিভাগৰ উদ্যোগত জিলা খনৰ কৃষক সকলৰ মাজত কৃষি যান্ত্ৰিকীকৰনত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।এনে প্ৰচেষ্টাৰ অংশ হিচাপে  অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰন প্ৰকল্পৰ অধীনত…

আৰক্ষী বিভাগত নিযুক্তি প্ৰশিক্ষণ শিবিৰৰ আয়োজন

আজিৰ খবৰ, ডিগবৈ, ২০ জুলাই : ১৯৯০ চনতে গঠিত ডিগবৈ প্ৰেছ ক্লাবে বিভিন্ন সামাজিক প্ৰদক্ষেপ গ্ৰহণ কৰি সাধাৰণ জনসাধাৰণৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ সময়তেই ৰাজ্য চৰকাৰে এক লাখ চাকৰি প্ৰদানৰ আঁচনি ঘোষণা কৰাৰ পিছত নিবনুৱা সকলক সকাহ দিয়াৰ…

লাভলিনাই বুটলি আনিব স্বৰ্ণপদক : বুধবাৰে মহানগৰীত Go for Glory চাইকেল ৰেলী

আজিৰ খবৰ,২০ জুলাই : অলিম্পিকলৈ মাজত মাত্ৰ দুটা দিন । লাভলিনা বৰগোঁহাইৰ অলিম্পিক যাত্রা লৈ এতিয়া যথেষ্ট উৎসাহী ৰাজ্যবাসী। ৰাজ্যবাসীয়ে আশা কৰিছে লাভলিনাই টকিঅ'ৰ পৰা অসমলৈ বুটলি আনিব স্বৰ্ণপদক। টকিঅ'ৰ ৩২ সংখ্যক অলিম্পিক গেমছ জাপানৰ ৰাজধানী…

ডাম্পিং গ্রাউণ্ডবিৰোধী আন্দোলনত যোগদান কৰিব বিধায়ক অতুল বৰা

আজিৰ খবৰ,২০ জুলাই : অৱশেষত আন্দোলনত বহাৰ সিদ্ধান্ত বিধায়ক অতুল বৰাই৷ বিগত ২৪ দিনে একেৰাহে চলি থকা ডাম্পিং গ্রাউণ্ডবিৰোধী আন্দোলনৰ প্রতি সঁহাৰি জনোৱাৰ বিপৰীতে ৰুলিং পার্টীৰ বিধায়ক বুলি পিছ হোঁহকা মৰা জনপ্রতিনিধিগৰাকীয়ে গুৱাহাটী পৌৰ নিগমে…

ভয়াবহ: প্ৰথমবাৰলৈ মহিলা চিকিস্যকৰ দেহত ধৰা পৰিছে দুটা ভেৰিয়েণ্ট

আজিৰ খবৰ,২০ জুলাই : ৰাজ্যত এতিয়াও অব্যাহত আছে ক’ভিডৰ ভয়ংকৰ ৰূপ । এনে উদ্বেগ জনক পৰিস্থিতিৰ মাজতে আহিছে আন এক ভয়ংকৰ খবৰ । ডিব্রুগড়ৰ এগৰাকী মহিলা চিকিৎসকৰ শৰীৰত একেলগে ধৰা পৰিছে ক’ভিডৰ আলফা আৰু ডেল্টা ভেৰিয়েণ্ট৷ উল্লেখ্য যে বিশেষজ্ঞসকলে…

ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদকপ্ৰাপ্ত খেলুৱৈক দিয়া হ’ব চাকৰি

আজিৰ খবৰ, গুৱাহাটী, ২০ জুলাই : বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা অলিম্পিক স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদকপ্ৰাপ্ত খেলুৱৈসকলক চৰকাৰী চাকৰি দিয়া হ'ব বুলি কৰা ঘোষণাক আদৰণী জনাইেছ অসম অলিম্পিক সন্থাই।…

: বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ : (প্ৰথম খণ্ড)

বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ           লেখিকা : ধৃতিস্মিতা দাস  স্কুটীখন পাৰ্ক কৰি খৰধৰকৈ স্কুলৰ ভিতৰলৈ সোমাই যাব খোজোতেই গেটখনলৈ এবাৰ চকু গ'ল লীনাৰ।লীনা পৰাশৰ স্কুলখনৰ এগৰাকী নতুন শিক্ষয়িত্ৰী।প্ৰায় দুমাহ হৈছে জইন কৰা।কিন্তু আজি…