Your Voice, Our Strength
Browsing Tag

NKTV

শাওন মানেই পথাৰ , পথাৰত সেউজীয়াৰ হাঁহি । পশ্চিম গুৱাহাটীৰ পথাৰত আৰম্ভ ভূঁই ৰোৱা উৎসৱ …

আজিৰ খবৰ, ১৯ জুলাই : প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰে আহাৰ - শাওনৰ মাহ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ খেতিপথাৰত বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে নিব পাৰে সেই লক্ষ্যৰে কৃষক , ৰোৱনী সকল কৃষি কৰ্মত নামি পৰিছে। অৱশ্যে ৰাজ্যৰ বহু অঞ্চল এতিয়াও পানীৰ অভাৱৰ…

নতুন SOP প্ৰকাশ :যোৰহাট,গোলাঘাট,লখিমপুৰসহ ৫খন জিলাত পুনৰ এক সপ্তাহলৈ সম্পূৰ্ণ কণ্টেইনমেণ্ট…

আজিৰ খবৰ,১৯ জুলাই : কোভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে নতুন কোভিড SOP । ৰাজ্যত আছে ৩৫৬টা কণ্টেইনমেণ্ট জ'ন । গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলা…

পবিত্ৰ শাওন মাহত এই কাম ভুলটো নকৰিব।

আজিৰ খবৰ,১৯ জুলাই: এই মাহত কিছু কৰ্ম কৰিলে শিৱ সন্তষ্ট হব আৰু কিছু কাম কৰিলে ৰুষ্ট হব। যদি আপুনি শিৱক সন্তুষ্ট কৰিব বিচাৰিছে তেন্তে এই শাওন মাহত শিৱব্ৰত কৰিব পাৰে । শাওন মাহত এই কাম ভুলটো নকৰিব। ১) এই মাহত সাপ কেতিয়াও নিধন…

ব’ল ব’ম ,ব’ল ব’ম …কিনো এই বল ব”ম ? এই যাত্ৰাৰ লগত জড়িত প্ৰচলিত…

আজিৰ খবৰ ,১৯ জুলাই: এনেকৈ আহি তুমি অমৰকূত পৰ্বতৰ শিখৰত জিৰণি ল’লাহি/পৰ্বতৰ ঢালবোৰ যেন বনৰীয়া পকা আমবোৰে উজলাই তুলিছে/ আৰু তুমি যেন পৰ্বতৰ শিখৰত কিচকিচিয়া ক’লা ছুলিৰ এটা সোপাহে, এনে লাগিছে যেন হালধীয়া ঢালেৰে আবৃত মাজৰ ক’লা,সেউজীয়াখিনিৰে…

নলবাৰীত হ’ব মহিলা আই টি আই । অহা শৈক্ষিক বৰ্ষৰ পৰাই আৰম্ভ হব পাঠ্যক্ৰম: জয়ন্ত মল্ল বৰুৱা

আজিৰ খবৰ, নলবাৰী, ১৯ জুলাই : নলবাৰী জিলাৰ সৰিয়হতলীত নিৰ্মীয়মান মহিলা আই টি আই কলেজ পৰিদৰ্শন মূখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই।বিভাগীয় বিষয়া-কৰ্মচাৰীৰ সৈতে বিধায়কগৰাকীয়ে নলবাৰী আই টি আই কলেজৰ লগত নতুনকৈ…

মূখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ ৩৫ হাজাৰ টকাৰ অনুদান অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক আৰু কৰ্মচাৰী…

আজিৰ খবৰ,গুৱাহাটী, ১৯ জুলাই: অসম হাইস্কুল অৱসৰ প্ৰাপ্ত শিক্ষক- কৰ্মচাৰী সন্থা (নৱপ্ৰাদেশিকীকৃত ) অসম আৰু অৱসৰী কৰ্মৰত শিক্ষক আৰু কৰ্মচাৰী সমন্বয় সমিতিৰ এটা সজাতি দলে শনিবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি তেখেতসকলৰ বিভিন্ন…

ফটো সাংবাদিক ডানিছ ছিদ্দিকীৰ প্ৰতি গুৱাহাটী প্ৰেছ ক্লাবৰ শ্ৰদ্ধাঞ্জলি

আজিৰ খবৰ,১৮ জুলাই : তালিবানিৰ গুলিত নিহত ভাৰতীয় ফটো সাংবাদিক ডানিছ ছিদ্দিকীৰ প্ৰতি গুৱাহাটী প্ৰেছ ক্লাবৰ একাজঁলি শ্ৰদ্ধাঞ্জলি। ডানিছ ছিদ্দিকীৰ মৃত্যু ভাৰতৰ নিৰ্ভীক,নিৰপেক্ষ সাংবাদিকতাৰ বাবে এক অপুৰণীয় ক্ষতি। অশান্ত-অস্থিৰ সময়তো নিজৰ কৰ্তব্য…

কি হৈছে দীপৰ বিলত ?

আজিৰ খবৰ, গুৱাহাটী, ১৮ জুলাই : ৰাজ্য চৰকাৰে ক'ভিডৰ সামাজিক সংক্ৰমণ ৰোধৰ বাবে বিগত এপ্ৰিল মাহৰ শেষৰ পৰাই সান্ধ্য আইনকে ধৰি কেতবোৰ বাধা নিষেধ আৰোপ কৰিছে । তাৰ ভিতৰত প্ৰথমটোৱেই হৈছে যিকোনো জন সমাগম এৰাই চলা । কিন্ত ৰাজ্যৰ আন ভিতৰুৱা অঞ্চলটো…

বোকাজানত বৃহৎ পৰিমাণৰ বনৰৌ বাকলি আৰু ১৫ টাকৈ দুষ্প্ৰাপ্য কেকো সাপ জব্দ।

আজিৰ খবৰ, বোকাজান, ১৮ জুলাই : গুৱাহাটীৰ পৰা অহা ৱাইল্ড লাইফ ক্ৰাইম কন্ট্ৰোল ব্যুৰোৰ এটা দলে বোকাজান আৰক্ষী থানা আৰু পূব সংমণ্ডল বন বিভাগৰ সহায়ত এক গোপন খবৰৰ ভিত্তিত দুষ্প্ৰাপ্য প্ৰাণী সমূহক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উক্ত দুষ্প্ৰাপ্য…