অসম মিজোৰাম সীমান্তত ধাৰসাৰ গুলীবৰ্ষণ মিজো দুৰ্বৃত্তৰ গুলিত অসম আৰক্ষীৰ ৬জন জোৱান নিহত
"আজিৰ খবৰ,২৬ জুলাই:
উত্তৰ–পূবৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহে আলোচনা কৰাৰ পিছতে আজি অসম–মিজোৰাম সীমান্তত সংঘটিত উদ্বেগজনক সংঘৰ্ষই জোকাৰি গৈছে ৰাজ্যকে ধৰি ৰাষ্ট্ৰীয় ৰাজনীতি। অসমৰ কাছাৰ জিলা আৰু মিজোৰামৰ কোলাচিব জিলাৰ সীমান্ত…