Your Voice, Our Strength
Browsing Tag

Today News

গীৰ্বান বাণীৰ পৰা কেনেকৈ সংস্কৃত ভাষাৰ সৃষ্টি হল?

আজিৰ খবৰ, গুৱাহাটী, ১১ জুলাই : গীৰ্বান বাণী কি? ঋকবেদৰ মতে দেৱতাসকল ভাষাৰ জন্মদাতা। এই ভাষাক গীৰ্বান বাণী আৰু তাৰ বৰ্ণমালাক ব্ৰাহ্মী আখৰ বোলে। গীৰ্বান বাণী বেদৰ ভাষা। এই ভাষাক সংস্কাৰ কৰাত তাৰ নাম হ'ল সংস্কৃত। …

পখিলা খেদাৰ বয়সতে কলিয়াবৰৰ ভৰিধোৱা গাঁৱৰ একেটা ঘৰৰে দুটি কনমানি শিশু আক্ৰান্ত হৈছে এক জটিল ৰোগত।

আজিৰ খবৰ, কলিয়াবৰ, ১১ জুলাই : পখিলা খেদাৰ বয়সতে কলিয়াবৰৰ ভৰিধোৱা গাঁৱৰ একেটা ঘৰৰে দুটি কনমানি শিশু আক্ৰান্ত হৈছে এক জটিল ৰোগত। যাৰ বাবে এতিয়া মাতৃয়ে সহায়ৰ ভিক্ষা বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ…

বটদ্ৰৱাৰ ওপৰ-ডুমডুমীয়াত গাঞ্জা জব্দ

আজিৰ খবৰ, বটদ্ৰৱা, ১০ জুলাই : নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ওপৰ-ডুমডুমীয়াৰ পৰা আজি বটদ্ৰৱা আৰু ডুমডুমীয়া আৰক্ষীয়ে প্ৰায় চাৰি কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, এজন ব্যক্তিয়ে ই-ৰিক্সাৰে গাঞ্জা খিনি ডুমডুমীয়াৰ পৰা…

মাছৰ উৎপাদন ৫ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ বাবে স্থাপন কৰা হব “জিন বেংক”

আজিৰ খবৰ , ৰহা, ১০ জুলাই: শনিবাৰে নগাওঁ জিলাৰ ৰহাত অৱস্থিত জঙল বলহু মীন পামত ২১ সংখ্যক ৰাষ্ট্ৰীয় মৎস্য পালক দিৱস জাকজমকতাৰে উদযাপিত হয়।অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মৎস্যপালন ব্যৱসায়ৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নিৰ্বাচিত প্ৰগতিশীল…

নাখাও ভাত ! নোধোও গা ।কি কৰ’ কৰ “যোৰহাটত কোভিডৰ ভয়াবহ পৰিস্থিতি

আজিৰ খবৰ ১০ জুলাই : " নাখাও ভাত কৈছিলোঁ, খুৱালী। নোধোও গা কৈছিলোঁ, ধুৱালী। নিগিলোঁ, কি কৰ' কৰ " যোৰহাটত এতিয়া এচাম মানুহৰ চৰিত্ৰ এনেকুৱা। যাৰ বাবে দিনক দিনে ভয়াবহৰ দিশে গতি কৰিছে যোৰহাট । আনহাতে নাখাই মৰাতকৈ ক'ৰণাত মৰাই ভাল বুলি যোৰহাটত…

বিৰুবালা ৰাভাৰ কাষত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

আজিৰ খবৰ,১০ জুলাই : ডাইনীৰ সন্দেহত হত্যাৰ বিৰুদ্ধে অমোঘ যুদ্ধ ঘোষণাৰে সমাজক সচেতন কৰা পদ্মশ্ৰী বীৰুৱালা ৰাভা যোৱা কিছুদিন ধৰি অসুস্থ হৈ চিকিৎস্যাধীন হৈ আছে । নিৰলসভাৱে এক শক্তিশালী অভিযান চলোৱা পদ্মশ্ৰী বিৰুবালা ৰাভাৰ বাসগৃহত আজি উপস্থিত…

ভৰ খেতিৰ দিনত তিতাবৰত নাই পানী । কৃষকৰ মাজত হাহাকাৰ

আজিৰ খবৰ ১০ জুলাই:  জুলাইঃ এফালে মহামাৰীৰ তাণ্ডৱ  আৰু আনফালে খৰাং বতৰে যোৰহাট  জিলাৰ কৃষি প্ৰধান অঞ্চল তিতাবৰৰ কৃষক ৰাইজক বাৰুকৈয়ে জীয়াতু ভোগাইছে। ধানৰ কাৰণে অসম বিখ্যাত  জিলাখনৰ তিতাবৰ সমষ্টিৰ  বৰপথাৰ,খাত'পথাৰ, হামদৈকে  আদি বহু পথাৰত…

সুঠাম যুৱক বিচাৰি ৮৫ বছৰীয়া আইতাই দিলে বিজ্ঞাপন

আজিৰ খবৰ,৯ জুলাই : প্রেমৰ যে কোনো বয়স নাই তাকে প্ৰমাণ কৰি দেখুৱাইছে আমেৰিকাৰ ৮৫ বছৰীয়া এগৰাকী আইতাই । ৮৫ বছৰীয়া এই গৰাকী বৃদ্ধা আইতাই বিচাৰিছে সুঠাম যুৱক । তাৰ বাবে দিছে আইতাই বিজ্ঞাপন । দুৰ্দান্ত প্ৰেমিকাৰ আইতাৰ প্ৰেম কাহিনীয়ে এতিয়া সংবাদ…