Your Voice, Our Strength
Browsing Tag

Today News

মেলামাটিত অংগনবাড়ী কৰ্মী,আশাকৰ্মীৰ মাজত মাস্ক-ছেনিটাইজাৰ বিতৰণ

আজিৰ খবৰ, মেলামাটিৰ ৬ জুলাইঃ তিতাবৰ মহকুমাৰ ৮৪ নং মেলামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন এলেকাত ক'ভিড -১৯ ৰ সংক্ৰমণ এতিয়াও কমা নাই। ইয়াৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত ক'ৰনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা হ্ৰাস কৰাৰ প্ৰয়াসেৰে মেলামাটি গাঁও পঞ্চায়তৰ…

কলিয়াবৰৰ নিজ চিলাবন্ধা আৰু বৰুৱা চুকৰ পৰা বৃহৎ পৰিমাণৰ চুলাই আৰু বিলাতী সুৰা জব্দ।

আজিৰ খবৰ, কলিয়াবৰ, ৫ জুলাই : নতুনকৈ যোগদান কৰিয়েই কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱা অবৈধ নিচাযুক্ত মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ হৈ পৰে। তেওঁৰ নেতৃত্বত চলা এক অভিযানত বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাৰ লগতে ৫০০…

কলিয়াবৰত চোৰাং কাঠৰ গাড়ী জব্দ।

আজিৰ খবৰ, কলিয়াবৰ, ৫ জুলাই : কলিয়াবৰৰ খলিহামাৰীত নগাঁও আঞ্চলিক বন সুৰক্ষা বাহিনীয়ে অভিযান চলাই মূল্যবান গছৰ কুণ্ডা সহ(এ এছ ০২ ই ৭৭৮০) নম্বৰৰ এখন ডি আই গাড়ী জব্দ কৰে৷ জানিব পৰা অনুসৰি আমনিৰ পৰা কোনো গন্তব্য স্থানলৈ গৈ থকা ডি আই…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ নকৰে NSG নিৰাপত্তা

আজিৰ খবৰ, গুৱাহাটী, ৫ জুলাই: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ নকৰে এনএছজি নিৰাপত্তা।মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্ব এনএছজিৰ সলনি চিআৰপিএফৰ ওপৰতে ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।কেন্দ্ৰীয় গৃহ দপ্তৰৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে।অসমৰ…

হোৱাটচএপ নম্বৰত দিয়ক দুৰ্নীতিৰ বিৰুদ্ধে অভিযোগ

আজিৰ খবৰ , ৫ জুলাই: যিকোনো ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে পোনপটীয়াকৈ হোৱাটচএপৰ জৰিয়তে মন্ত্ৰীক দিব পাৰিব অভিযোগ ।ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে ৰাইজক সহায়ৰ অৰ্থে এক বিশেষ পদক্ষেপ লৈছে।এতিয়াৰে পৰা সাধাৰণ…

আৰক্ষীক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ “তয়ো খা, মইও খাও” এইবাৰৰ পৰা এইবোৰ নচলিব।

আজিৰ খবৰ, ৫ জুলাই : আৰক্ষীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে আৰক্ষীৰ ওপৰত কঠোৰ হৈছে মুখ্যমন্ত্রী । আৰক্ষী সেৱাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্যৰ বিভিন্ন থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত…

এতিয়া উৎফুল্লিত দুলু-মেঘনাৰ লগতে স্থানীয় গঞা ৰাইজ

আজিৰ খবৰ, চামগুৰি, ৫ জুলাই :- নগাঁও জিলাৰ চামগুৰিত সঘনাই বন্যহস্তীয়ে উপদ্ৰৱ চলাই থকাৰ সময়তে বঢ়মপুৰ সমষ্টিৰ এটা বিশেষ অঞ্চলত দেখা পোৱা গৈছে এক বিপৰীত ছবি। বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত হাতীখলি ৰংহাং গাঁৱৰ কাষতে লাগি থকা হস্তীদণ্ডী তথা পাহাৰত…

বৃক্কৰ জটিল ৰোগত আক্ৰান্ত কলিয়াবৰৰ এজন কনমানি ছাত্ৰ

আজিৰ খবৰ, কলিয়াবৰ, ৫ জুলাই :- বৃক্কৰ জটিল ৰোগত আক্ৰান্ত কলিয়াবৰৰ এজন কনমানি ছাত্ৰ। কলিয়াবৰৰ ফুলগুৰি চাঙৰ নৱম শ্ৰেণীৰ ছাত্ৰ পূৰ্ণ বাহাদুৰ ছেত্ৰী বিগত চাৰিমাহে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ বিচনাতে দিন পাৰ কৰিব লগা হৈছে। ফলত চকুপানীৰে বাট…