Your Voice, Our Strength
Browsing Tag

Today News

কেনেকৈ লাভ কৰিব শ্ৰেষ্ঠ কৰ্মচাৰী পুৰস্কাৰ ?

আজিৰ খবৰ,৭ জুলাই : এইবাৰৰ পৰা ‘‘২৮ জুলাইৰ দিনটো দেশভক্ত দিৱস আৰু ৫ আগষ্টত কৰ্মচাৰী দিৱস হিচাপে পালন কৰা হ’ব । ২৮ জুলাইৰ দিনটো দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু তিথি। এই দিনটো দেশভক্ত দিৱস হিচাপে ৫ আগষ্টত গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসৰ দিনটো…

চিনেমাৰ নাম লৈ সৃষ্টি হোৱা এক কাহিনী

#নিমিলা #অংক# উজনিৰ দুজনী গাভৰু' ! এজনীৰ নাম - 'জানমণি', আনজনীৰ নাম 'কাদম্বৰী' ! দুয়োজনীয়ে দেখাত 'ৰূপহী' আৰু 'ৰাংঢালী' ! দুয়ো জনীৰ কথা ভাৱিলেই মোৰ 'যৌৱনে আমনি কৰে' l এদিন 'মৰম নদীৰ গাভৰু ঘাট'ত 'হালধীয়া চ'ৰাইক বাওধান খোৱাই থাকোতে ' জানমণি…

এক চাঞ্চল্যৰ খবৰ

আজিৰ খবৰ,৭ জুলাই : মুখ্যমন্ত্ৰীয়ে আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়াৰ সময়তে মহানগৰীত সংঘটিত হৈছেএক চাঞ্চল্য ঘটনা । এজন ব্যৱসায়িক ধন দাবিৰে অপহৰণ চেষ্টা চলাইছে দুৰ্বৃত্তই । মহানগৰীৰ বিজি য়ার্ডত সংঘটিত হৈছে এই ঘ্টনা। দেওবাৰে নিশা মঠঘৰীয়াৰ দীপক দাস…

‘আজি মোৰ মূৰৰ পৰা ডাঙৰ বোজা এটা আঁতৰা যেন লাগিছে’ : মুখ্যমন্ত্ৰী

আজিৰ খবৰ, গুৱাহাটী, ৬ জুলাই : আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত ২০০ খন ICU বিছনা যুক্ত কোভিড হস্পিতাল আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ…

পশু – পালনত ৫ হাজাৰ পদত শীঘ্ৰে হ’ব নিযুক্তি

আজিৰ খবৰ,৬ জুলাই : পশু - পালন বিভাগত খালী হৈ থকা ৫ হাজাৰৰ অধিক পদত শীঘ্ৰে নিযুক্তি প্রদান কৰা হ’ব বুলি ঘোষণা কৰে ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাৰই । উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে ৰাজ্যত ১ লাখ নিবনুৱা যুৱক–যুৱতীক…

আহি আছে ভাল খবৰ……

আজিৰ খবৰ,৬ জুলাই : কিছু সময়ৰ পাছতে আহিব পাৰে ভাল খবৰটো । অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এইবাৰ মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা প্ৰায় নিশ্চিত হৈছে ।আজিৰ দিনটোৰ ভিতৰতে কেন্দ্ৰীয় কেবিনেটৰ সম্প্ৰসাৰণৰ সম্ভাৱনা ।এই ৪৮ ঘণ্টাত…

সাত জিলাত কনটেইনমেণ্ট ঘোষণা।

আজিৰ খবৰ,৬ জুলাই : ৰাজ্যৰ কেইখনমান জিলাত কোভিডৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও বহু কেইখন জিলাত কাল কৰোনাৰ ভয়াবহ এতিয়াও হ্ৰাস হোৱা নাই । ৰাজ্যৰ সাত খন জিলাত জটিল ৰূপ ধাৰণ কৰিছে কোভিদে । কৰোনাৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি ৰাজ্য চৰকাৰে আজি পুনৰ…

কালিলৈ পৰা যোৰহাটত সম্পূৰ্ণ লকডাউন ঘোষণা

আজিৰ খবৰ,৬জুলাই: যোৰহাট জিলাৰ শেহতীয়া কোভিড পৰিস্থিতিয়ে উদ্বিগ্ন কৰি তুলিছে যোৰহাট জিলা প্ৰশাসনক। যোৰহাটৰ বহু লোকে কোভিড বিধিসমূহ মানি নচলা বাবেই জিলাখনত কোভিডে পুনৰ জটিল ৰূপ ধাৰণ কৰিবলৈ গৈছে যাৰ ফলত প্যোৰহাট জিলাৰ লগতে সাত জিলাত এক সপ্তাহৰ…