Your Voice, Our Strength
Browsing Tag

Today News

আই পি এছ বৈভৱ চি নিম্বালকাৰলৈ মুখ্যমন্ত্ৰীৰ উৎকৃষ্ট সেৱা পদক ঘোষণা।

আজিৰ খবৰ, গুৱাহাটী, ১৫ আগষ্ট : ৭৫ সংখ্যক স্বাধীনতা দিৱসত মুখ্যমন্ত্ৰী ডঃ। হিমন্ত বিশ্ব শৰ্মাই অসম মিজোৰাম সীমান্তত সংঘৰ্ষত শ্বহীদ হোৱা ছয়জন আৰক্ষী কৰ্মীক মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক আৰু আন ৫ জন আৰক্ষী কৰ্মীক মুখ্যমন্ত্ৰীৰ উৎকৃৃষ্ট সেৱা পদক…

স্বাধীনতা দিৱসত প্ৰদেশ কংগ্ৰেছৰ “স্বতন্ত্ৰতা যাত্ৰা”।

আজিৰ খবৰ, গুৱাহাটী, ১৫ আগষ্ট : আজি স্বাধীনতা দিৱস উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি ভূপেন কুমাৰ বৰাই ত্ৰিৰংগা পতাকা উত্তোলন কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ পতাকাৰ তলত মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা স্বাধীনতা…

৭৫সংখ্যক স্বাধীনতা দিৱস :: খানাপাৰাৰ পতাকা উত্তোলন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আজিৰ খবৰ, গুৱাহাটী, ১৫ আগষ্ট : সমগ্ৰ দেশৰ লগতে অসমতো আজি উদযাপিত হৈছে ৭৫সংখ্যক স্বাধীনতা দিৱস৷ গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্রীয়ভাৱে অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসত ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্রী ড০…

পাহোৱাল ডেকাৰ তেজেৰে অসমৰ ভূমি যাতে ৰাঙলি নহয় তাৰ বাবে ত্ৰিৰংগা পতাকা তলৰ পৰাই পৰেশ বৰুৱালৈ…

আজিৰ খবৰ , গুৱাহাটী, ১৫ আগষ্ট : ত্ৰিৰংগা পতাকাৰ তলৰ পৰা পৰেশ বৰুৱাক শান্তি আলোচনালৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে।দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰি উগ্ৰপন্থী সংগঠন আলফা স্বাধীনক শান্তি আলোচনালৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

ইতিহাস বহন কৰা কলিয়াবৰৰ শিলঘাটস্থিত এটা বাংলা ।

ইতিহাস বহন কৰা এই বাংলাটো ১৮৮৭ চনতে বৃট্ৰিছ ৰেভিনিউ চিটি শিলঘাটত স্থাপন কৰিছিল বৃট্ৰিছে । স্বাধীনতা আন্দোলনৰ সময়ত জাতিৰ পিতা মহাত্মা গান্ধীয়ে তেজপুৰৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাৱেৰে পাৰহৈ আহি জিৰণি লৈছিলহি ঐতিহাসিক এই বাংলাটোত । ইয়াৰ…

সাংবাদিক, কবি কুশল লাহনৰ প্রথমটো গীত ”নিয়ৰৰ কণা” মুকলি

আজিৰ খবৰ, গুৱাহাটী, ১৪ আগষ্ট : সাংবাদিক, কবি কুশল লাহনে লিখা প্রথমটো গীত শনিবাৰে মুকলি কৰা হয়। দিয়ান হাজৰিকাৰ সুৰ আৰু কন্ঠ আৰু হিৰকজ্যোতি নাথৰ সংগীতেৰে সজোৱা গুৱাহাটীৰ ৰাজগড়স্থিত ৰিকন হোটেলত মুক্তি লাভ কৰে “নিয়ৰৰ কণা” শীর্ষক এটি আধুনিক গীত…

দ্বিতীয় পালিয়েই শেষ নহয় আৰম্ভ হ’ল কোভিডৰ তৃতীয় পালি ভেকচিন

আজিৰ খবৰ,১৪ আগষ্ট : কোভিড মহামাৰীয়য়ে সমগ্ৰ বিশ্বক কোঙা কৰি পেলোৱাৰ সময়তে গৱেষক সকলে প্ৰতিৰোধ হিচাপে উলিয়াইছিল ক’ভিশ্বিল্ড,ক'ভাক্সিং আদি কেইবাটাও ভেকচিন । ইয়াৰে ক’ভিশ্বিল্ড ভেকচিন অন্যতম। । প্ৰথমতে এই ভেকচিন দুটা। ড'জ লব লাগিব। বুলি। কোৱা…

পুনৰ তিনি মাহলৈ আলফা (স্বাধীন)ৰ একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা

আজিৰ খবৰ, ১৪ আগষ্ট : পুনৰ তিনিমাহৰ বাবে  আলফাই (স্বাধীন) একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা। কৰিছে । উল্লেখ্য যে ১৫ মে’ত তিনি মাহৰ বাবে একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰিছিল আলফাই। সেই যুদ্ধ বিৰতিৰ সময়সীমা আজি উকলাৰ বাবে পুনৰ ৩ মাহৰ বাবে যুদ্ধ বিৰতি…

ডঃ দিব্যজ্যোতি শইকীয়া সহ তিনি ব্যক্তিলৈ গ্ল’ৰী বঁটা

আজিৰ খবৰ,১৪ আগষ্ট : : বৰ্তমান সময়ত কেৱল অসম নহয় সমগ্ৰ দেশতে বিভিন্ন আঞ্চলিক ভাষাত বহু নিউজ পৰ্টেলৰ জন্ম হৈছে। কিন্তু উত্তৰ পূৰ্বাঞ্চলত ২০০৪/৫চনতেই প্ৰকাশিত দুই এটা নিউজ পৰ্টেল প্ৰকাশ হোৱাৰ পিছত ২০১৬/১৭ বৰ্ষৰ পৰা বহু কেইটা নিউজ পৰ্টেলৰ জন্ম…

৮০ হাজাৰ ক্ৰান্তিকাৰক ৰখা এখন জেইল । যাৰ চিঞঁৰ আজিও ভাঁহি আহে মানুহৰ কাণত…

আজিৰ খবৰ,১৪ আগষ্ট : এটা সময়ত ব্ৰিটিছে গোটেই বিশ্ব জিনি আগবাঢ়ি আহি আহি প্ৰায়বোৰ ঠাই আৱিষ্কাৰ কৰিছিল। কিন্তু এনেকুৱা এখন ঠাই আছিল যিখন ঠাই ব্ৰিটিছৰ বাবে আছিল অচিনাকি আৰু যোগাযোগ বিহীন । সেই ঠাইখনেই হ'ল ভাৰতৰ মূল ভূখণ্ডৰ পৰা প্ৰায় ডেৰ হাজাৰ…