Your Voice, Our Strength
Browsing Tag

Today News

কোন সঁচা কোন মিছা এইবাৰ আদালত পাবগৈ অখিলৰ ১০ কোটি প্ৰসঙ্গ

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা বিধায়ক অখিল গগৈৰ ১০ কোটি টকাৰ আখ্যান এইবাৰ পাবগৈ আদালত । বিধায়ক আমিনুল ইছলামে অনা অভিযোগক কেন্দ্র কৰি চলি থকা বিতর্কৰ মাজতে আজি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে…

বিধানসভাত জয় শ্ৰীৰাম ধ্বনি : গৃহীত হ’ল গো-সুৰক্ষা বিল ২০২১, কি ক’লে মুখ্যমন্ত্ৰীয়ে

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : বহু তৰ্ক বিতৰ্কৰ অন্তত অৱশেষত অসম বিধানসভাত গৃহীত হ'ল সুৰক্ষা বিধেয়ক ২০২১। লগে লগে  বিজেপি বিধায়কসকলে দিলে সদনত ভাৰত মাতা কি জয় আৰু জয় শ্ৰীৰাম ধ্বনি । আনফালে বিলখন গৃহীত হোৱাৰ লগে লগে বিৰোধীয়ে প্ৰতিবাদ…

লাভলিনা বৰগোহাঁইক অসম অলিম্পিক সংস্থাৰ সম্বৰ্ধনা

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : অসম অলিম্পিক সংস্থাই অসম এমেচাৰ বক্সিং এছ'চিয়েশ্যনৰ সহযোগত টকিঅ' অলিম্পিক ২০২০ত পদক বিজয়ী অসমৰ বক্সাৰ লভলিনা বৰগোহাঁইৰ বাবে আজি তাজ ভিভাণ্টা হোটেলত এক সম্বৰ্ধনা অনুষ্ঠান আৰু "মিট দ্য প্ৰেছ" কাৰ্যসূচী…

এইবিধ লতা বাটে ঘাটে এতিয়া উভৈনদী।

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : এবিধ লতা বাটে ঘাটে এতিয়া উভৈনদী। নাম জাপানী লতা বা জাৰ্মানী লতা। ইয়াক ফিৰিঙি লতা বুলিও কোৱা হয়। এই লতা নিজে নিজে য'তে ত'তে হয়। ইয়াৰ কোনো যত্ন ল'ব নালাগে। অযত্নত হোৱা উদ্ভিদ বোৰক আমি অলাগতীয়াল বুলি…

জটিল অস্ত্ৰোপচাৰ পাছত লাহে লাহে সুস্থ হৈ উঠিছে আই পি এছ বৈভৱ চি নিম্বালকাৰ

আজিৰ খবৰ, কাছাৰ, ১৩ আগষ্ট : জটিল এক অস্ত্ৰোপচাৰ পাছতেই লাহে লাহে সুস্থ হৈ উঠিছে আই পি এছ বৈভৱ চি নিম্বালকাৰ । তিনিঘন্টা ধৰি হোৱা বহু জটিল অস্ত্ৰোপচাৰৰ পাছত চিকিৎসকে তেওঁৰ দেহৰ পৰা পাঁচোটাকৈ গুলি বাহিৰ কৰিবলৈ সক্ষম হয় ।উল্লেখ্য যে অসম-মিজো…

ভয়ংকৰ: ক’তো লুকাই থাকিও আপুনি সাৰিব নোৱাৰিব।

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : পৃথিৱীৰ বিভিন্ন প্ৰান্তত এতিয়া যি প্ৰচণ্ড তাপ প্ৰবাহ, ধাৰাসাৰ বৰষুণ, খৰাং বা ঘুৰ্ণী বতাহ আদি যেনেকৈ বৃদ্ধি পাইছে তাৰ পৰা আপুনি কতো পলাই বা লুকাই থাকিলেও সাৰি যাব নোৱাৰিব । ২০৩০ চনৰ ভিতৰত পৃথিৱী বিপজ্জনক হৈ…

এইবাৰ বিপদ আহিল ঘোচখোৰ কৰ্মচাৰীৰ: চৰকাৰী কৰ্মচাৰীয়ে ঘোচখাইছে নেকি ?

আজিৰ খবৰ, গুৱাহাটী, ১৩ আগষ্ট : দুৰ্নীতিৰ শিপাই ছানি ধৰা অসমক সঠিক ৰূপত আনিবলৈ অহৰহ চেষ্টা চলাই আছে অসম চৰকাৰে । ইতিমধ্যে দুৰ্নীতিত লুতুৰী পুতুৰী হোৱা বহু আমোলা বিষয়া তথা ৰাজনৈতিক নেতা আৰক্ষীৰ জালত পৰিছে । দুৰ্নীতি কেনেকৈ নিৰ্মূল কৰিব পৰা…

চাৰিলেন যুক্ত পথলৈ উন্নীত হ’ব ঐতিহাসিক ধোদৰ আলি

আজিৰ খবৰ,১২আগষ্ট : আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা ঐতিহাসিক ধোদৰ আলি হ'ব 'চাৰিলেন যুক্ত পথ ।অসম মালা আঁচনি'ৰ অধীনত চাৰিলেন যুক্ত পথলৈ উন্নীতকৰণৰ সিদ্ধান্ত হাতত লৈছে অসম চৰকাৰে। এই কথা আজি সদনত উল্লেখ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত…

লাহৰীঘাটত পুনৰ আন এক জঘন্য ধৰ্ষণ কাণ্ড।

আজিৰ খবৰ, মৰিগাৱঁ, ১২ আগষ্ট : এই চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে লাহৰিঘাট আৰক্ষী থানাৰ অৰ্ন্তগত কছাৰী বাড়ী গাঁৱত। লাহৰীঘাটত দিনক দিনে বৃদ্ধি পাইছে নাৰী নিৰ্যাতন আৰু ধৰ্ষন কাণ্ড। পিতৃ-জীয়েকৰ পবিত্ৰ সম্পৰ্কত…