Your Voice, Our Strength

বেতকুছিত চালক – পৰিচালক প্ৰশিক্ষণ

আজিৰ খবৰ, ১০ আগষ্ট : অসম চৰকাৰৰ পৰিবহণ বিভাগৰ অধীনৰ চালক - পৰিচালক সকলৰ একমাত্ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান গুৱাহাটীৰ বেতকুছিস্থিত চালক - পৰিচালক প্ৰশিক্ষণ বিদ্যালয়ৰ অধ্যক্ষ আৰু কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( প্ৰৱৰ্তক ) হিমাংশু দাসে…

খুলিব নে বন্ধ থাকিব আন্ত:জিলাৰ যাতায়ত : দিল্লীত সংবাদ মেল পাতি কি কলে মুখ্যমন্ত্ৰীয়ে…..

আজিৰ খবৰ,১০ আগষ্ট : সোমবাৰে সংসদত প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰে বৈঠক, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীৰ সাক্ষাতৰ পিছতে সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহু কেইটা গুৰুত্ব পূৰ্ণ কথা অৱগত কৰে।…

অলিম্পিকত ক’ৰ পৰা তৈয়াৰ কৰে ইমানবোৰ মেডেল?

আজিৰ খবৰ,১০ আগষ্ট: অলিম্পিক সমাপ্তিৰ লগে লগেই পদক জয়ী কৰা প্ৰতিখন দেশতে এতিয়া বিজয়ী প্ৰতিযোগিক লৈ চলিছে আনন্দৰ মহোৎসৱ । মেডেল লৈ প্ৰতি গৰাকী বিজয়ী প্ৰতিযোগীয়ে উৎফুল্লিত হোৱাৰ লগতে দেশ অঞ্চল আৰু পৰিয়ালৰ মাজত বৈছে আনন্দৰ বন্যা ।এই সকল মহান…

১০ কোটি টকাৰ পুৰাণ: বিধায়ক আমিনুল ইছলামক উভতি ধৰিলে অখিল গগৈয়ে

আজিৰ খবৰ,১০ আগষ্ট : যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এ আই ইউ ডি এফক অখিল গগৈয়ে ১০ কোটি দাবী কৰিছিল। যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে এ আই ইউ ডি এফক অখিল গগৈয়ে ১০ কোটি দাবী কৰিছিল। সেই ধন আদায় নিদিয়াৰ বাবেই এ আই ইউ ডি এফৰ বিৰুদ্ধে স্থিতি গ্ৰহণ…

সোমবাৰে কৃষকৰ একাউণ্টত ১৯ হাজাৰ ৫০০ কোটি টকা মোকলাই দিয়ে কেন্দ্ৰীয় চৰকাৰে

আজিৰ খবৰ, ১০ আগষ্ট : পিএম কৃষক সন্মান নিধি নামৰ আঁচনিখনৰ নৱম কিষ্টি সোমবাৰে মুকলি কৰি দিয়ে কেন্দ্ৰীয় চৰকাৰে । দেশৰ ৯.৭৫ কোটি কৃষকক সামৰি লোৱা এই আঁচনিখনৰ বাবে সোমবাৰে কেন্দ্ৰীয় চৰকাৰে ১৯ হাজাৰ ৫০০ কোটি টকা মোকলাই দিয়ে। ভাৰ্ছুৱেল কেচ…

সুৰা নহয় এইবাৰৰ পৰা ঘৰে ঘৰে লাভ কৰিব ডিজেল

আজিৰ খবৰ, ১০ আগষ্ট : যি সময়ত দেশত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণনক জুৰুলা কৰিছে তেনে সময়তে ঘৰে ঘৰে ডিজেলৰ যোগান ধৰাৰ কথা সদৰি কৰিছে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে । ঘৰে ঘৰে সুৰাৰ যোগান ধৰাৰ পাছতে এইবাৰ ঘৰতে লাভ কৰিব ডিজেল ৷…