Your Voice, Our Strength

ভাৰত পালেহি লাভলীনা,ৰেড কাৰ্পেট পাৰি আদৰিবলৈ সাজু ৰাজ্য চৰকাৰ

আজিৰ খবৰ,১০ আগষ্ট : টকিঅ' অলিম্পিক সমাপ্ত হোৱাৰ পাছতেই ডিঙিত সোন ৰূপ আৰু ব্ৰঞ্জৰ পদক ওলোমাই নিজ নিজ ঘৰলৈ আনন্দৰে ঘূৰি আহিছে প্ৰতিজন খেলুৱৈ । অসমকো ব্ৰঞ্জৰ পদকেৰে দেশবাসীক গৌৰৱান্নিত কৰিলে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে। সফল খেলুৱৈ লাভলীনা…

যোৰহাটৰ চন্দ্ৰধৰ চেতীয়াক ৰাষ্ট্ৰপতিৰ বিশেষ সম্বৰ্ধনা

আজিৰ খবৰ, যোৰহাট, ৯ আগষ্ট : ১৯৪২ ৰ ভাৰত ত্যাগ আন্দোলনৰ সেনানী সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকীয়ে লোৱা উদ্যোগৰ অংশ হিচাপে সোমবাৰে যোৰহাট জিলা প্ৰশাসনে ৰাষ্ট্ৰপতি গৰাকীৰ হৈ যোৰহাট জিলাৰ টীয়ক হাঁহচৰা চেতিয়া গাঁৱৰ চন্দ্ৰধৰ…

তেজপাতৰ গুণ আৰু উপকাৰিতা জানিলে আপুনি আচৰিত হব। দেহৰ বাবে ই যঠেষ্ট উপকাৰী।

আমাৰ বহুতো ৰান্ধণীয়ে বহুত ব্যঞ্জনত বিশেষকৈ হাঁহ কুকুৰা পাৰ ছাগলী আদিৰ মাংস ৰান্ধোঁতে তেজপাত দিয়ে । বহুতে আনকি তেজপাতনো কিয় দিয়ে নজনাকৈয়ে দিয়ে । বহুত ৰান্ধণীক মাংস ৰান্ধিলে তেজপাতনো কিয় দিয়ে সুধিলে কয়, “ধুনীয়া গোন্ধাবৰ কাৰণে” বুলি । পানী…

সোমবাৰে কৃষকৰ একাউণ্টত সোমাব কিষাণ সন্মান নিধিৰ পৰৱৰ্তী কিস্তিৰ ধন

আজিৰ খবৰ,নতুন দিল্লী , ৮ আগষ্ট : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে মুকলি কৰি দিব কিষাণ সন্মান নিধিৰ পৰৱৰ্তী কিস্তি । ৯ আগষ্টৰে দিনৰ ১২.৩০ মিনিটত ভিডিঅ’ কনফাৰেঞ্চযোগে কিস্তিৰ ধনৰাশি মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে ৷দেশৰ প্ৰায় ৯.৭৫ কোটি…

অলিম্পিকৰে পাছতেই জাপানত মিৰিনাই লৈছে তীব্ৰ গতি :কি এই মিৰিনা….

আজিৰ খবৰ,৮ আগষ্ট : অলিম্পিক সমাপ্তি হৈছে যদিও টকিঅ'ত এক উদ্ধেগৰ খবৰে এতিয়া জাপানবাসীক চিন্তিত কৰি তুলিছে । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি জাপানৰ পূৱ উপকূলৰ দিশে আগবাঢ়িছে মিৰিনাই ঘূৰ্ণীবতাহ ।তীব্ৰ গতিবেগেৰে জাপানৰ পূৱ দিশৰ…

ক’ভিডত আক্ৰান্ত মন্ত্ৰী অতুল বৰা: জি এম চি এইচত ভৰ্তি

আজিৰ খবৰ, ৮ আগষ্ট : ৰাজ্যত কোভিড পৰিস্থিতি কিছু কিছু জিলাত হ্ৰাস পাইছে যদিও মহানগৰত কোভিড সংক্ৰমণৰ‌ হাৰ আশাব্যঞ্জকভাৱে নিম্নগামী হোৱা নাই ।এইবাৰ ক'ভিডত আক্ৰান্ত হৈছে কৃষি মন্ত্ৰী অতুল বৰা । চিকিৎসকৰ পৰামৰ্শ মতে তেওঁক গুৱাহাটী চিকিৎসা…

২৩ আগষ্টৰ পৰা গুৱাহাটী আৰু তেজপুৰৰলৈ নিয়মীয়াকৈ চলিব ৰেলসেৱা

আজিৰ খবৰ, গুৱাহাটী, ৮ আগষ্ট : ক'ভিড কেন্দ্ৰীক পৰিস্থিতিৰ বাবে প্ৰায় ৩ মাহ ধৰি বন্ধ হৈ থকাৰ পাছত যাত্ৰীৰ বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষই ২৩ আগষ্টৰ পৰা নিয়মীয়াকৈ গুৱাহাটী আৰু তেজপুৰৰ মাজত পূৰ্বতে চলাচল…