Your Voice, Our Strength
Browsing Tag

Azir Khobor

ডিব্ৰুগড়ত ক’ভিডক লৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সজাগতা

আজিৰ খবৰ, ডিব্ৰুগড়, ১৬ জুলাই : ডিব্ৰুগড়ৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন জিলা প্ৰশাসন। চহৰখনৰ উপকন্ঠ অঞ্চলত আৰক্ষী-অৰ্ধসামৰিক বাহিনীক লৈ সজাগতা অভিযানত নামিল ডিব্ৰুগড় জিলা প্ৰশাসন। আজি চহৰখনৰ উপকন্ঠ ঠাকুৰথানৰ পৰা বিশাল সজাগতা কাৰ্যসূচীৰে বাহিৰ…

ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট।থোৰতে জানি লওঁক কি আছে বাজেটত ….

আজিৰ খবৰ,গুৱাহাটী, ১৬ জুলাই : ৰূপকোঁৱৰ জ্যোতপ্ৰসাদ আগৰৱালাৰ কবিতাৰে বাজেট ভাষণ আৰম্ভ কৰে বিত্তমন্ত্ৰীয়ে। সদনত দাখিল কৰিলে ৫৬৬ কোটি টকাৰ ঘাটি বাজেট। অসম বিধানসভাৰ বর্ষাকালীন অধিৱেশনত আজি ২০২১–২২ বিত্তীয় বর্ষৰ বাবে বাজেট দাখিল কৰে…

ডিগবৈ আৰক্ষীৰ চকুত ধুলি দি চোৰৰ মুক্ত বিচৰণ

আজিৰ খবৰ, ডিগবৈ, ১৬ জুলাই : ডিগবৈ আৰক্ষীৰ চকুত ধুলি  দি চহৰখনত নিশা গাড়ী চোৰৰ মুক্ত বিচৰণ । চহৰ খনৰ মাজ মজিয়াৰ পৰা নিশা চোৰে নিলে গাড়ী । চহৰ খনৰ মাকুম মটৰ্চ নামৰ পেট্ৰল ডিপু টোৰ চৌহদত ৰখাই থোৱা পদ্মা গগৈ ৰ এ এচ ২৩ আৰ ৪২৯৪ নম্বৰৰ ভান খন…

মোহনবাৰী বিমান বন্দৰত ভূমি পূজন।

আজিৰ খবৰ, ডিব্ৰুগড়, ১৬ জুলাই: আজি ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰৰ ৰানৱেৰ সম্প্ৰসাৰণ, একত্ৰীকৰণ আৰু পুনৰ-কাৰ্পেটিং প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠান আনুষ্ঠানিকভাৱে সম্পন্ন কৰা হয়। ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, আৰক্ষী অধীক্ষক শ্বেতাংক…

সাৱধান : পৃথিৱীত কোভিড ১৯ ৰ তৃতীয় জোৱাৰ আৰম্ভ

আজিৰ খবৰ, ১৬ জুলাই: বিশ্বত ডেল্টা সংক্ৰমণৰ উদ্ধেগজনক খবৰ পাছতে কোভিড ১৯ তৃতীয় জোৱাৰৰ তথ্যই বিশ্ববাসীক চিন্তিত কৰিছে । পৃথিৱীত এতিয়া প্রাৰম্ভিক পর্যায়ত কোভিড ১৯ তৃতীয় জোৱাৰৰ আৰম্ভ হোৱাৰ কথা সদৰি কৰিছে বিশ্ব স্বাস্থ্য সন্থাই । ইতিমধ্যে…

মূল্য বৃদ্ধিৰ জুই ,জীয়াই থকাৰ সম্বল হেৰুৱাইছে দৰিদ্ৰ জনতাই

আজিৰ খবৰ,১ জুলাই : অত্যাবশ্যকীয় খাদ্য সামগ্রী, ইন্ধন-ৰন্ধনৰ আকাশলংঘী মূল্য বৃদ্ধিৰ জুইয়ে একপ্ৰকাৰৰ সকলোকে কোঙা কৰি পেলাইছে । এই ক্ষেত্ৰত প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈ পৰিছে চৰকাৰ এই অভিযোগ বহুবাক, সচেতন মঞ্চৰ । এফালে কাল কৰোনাৰ…

JMCHত ভয়ংকৰ কাণ্ড: জাল কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ চহী

আজিৰ খবৰ,১৬ জুলাই : যোৰহাটত RTPCR ৰিপ'ৰ্টৰ ভয়ংকৰ বেহা । ধনৰ বিনিময়ত ভূৱা ক'ৰেণাৰ নিগেটিভ ৰিপ'ৰ্ট দিয়াৰ এক ভয়ঙ্কৰ অভিযোগ । কিছুদিন পূৰ্বে যোৰহাটত একাংশ পেথলজিকেল লেবৰেটৰীৰ ভুৱা ৰিপ'ৰ্টৰ ভয়ংকৰ তথ্য JMCHৰ এক অনুসন্ধাত ফাদিল হৈছিল ।…

ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আইপিএছ বৈভৱ চি নিম্বালকাৰ

আজিৰ খবৰ,১৬জুলাই: কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক (এছপি) আইপিএছ বৈভৱ চি নিম্বালকাৰৰ উদ্যোগত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ব্যাপকভাবে অভিযান অব্যাহত আছে। জিলাখনত দায়িত্ব পোৱাৰ পিছৰে পৰা অধীক্ষক গৰাকীয়ে আৰক্ষীৰ দলটোক অধিক সক্ৰিয় কৰি শক্তিশালী ভূমিকা…

যোৰহাট জিলাত অব্যাহত থাকিব লকডাউন প্ৰক্ৰিয়া, কিন্তু তাৰ মাজতে প্ৰশাসনৰ কিছু শিথিলতা।

আজিৰ খবৰ, যোৰহাট, ১৫ জুলাই :- যোৰহাট জিলাত অব্যাহত থাকিব লকডাউন প্ৰক্ৰিয়া ২৪ ঘণ্টাই জিলাখনত থাকিব কাৰ্ফিউ তাৰ মাজতে প্ৰশাসনৰ কিছু শিথিলতা কালিলৈ পৰা পূৱা ৫.০০ বজাৰ পৰা দিনৰ ১২.০০ বজালৈকে খোলাথাকিব…

অখিল গগৈক অধ্যক্ষৰ ধমক। সদন পৰা বহিস্কাৰৰ হুমকি অধ্যক্ষৰ

আজিৰ খবৰ,১৪জুলাই : আজি বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থটো দিন । এই চতুৰ্থটো দিনটোতো অখিল গগৈয়ে নিজৰ মুখ বন্ধ কৰা নাই। যাৰ ফলত সদনৰ পৰা বহিষ্কাৰ হুমকি প্ৰদান কৰিবলৈ বাধ্য হৈছে অধ্যক্ষ । অখিল গগৈয়ে বাৰে বাৰে সদনৰ নিয়ম উলংঘা কৰিছে বুলিও অভিযোগ…