Your Voice, Our Strength
Browsing Tag

Azir Khobor

মাদ্ৰাছা টেট উত্তীৰ্ণই কোনো কাৰণতে নাপাই শিক্ষকৰ চাকৰি….

আজিৰ খবৰ,২০ আগষ্ট: ৰাজ্যত শিক্ষকৰ চাকৰি লাভ কৰিবলৈ সাধাৰন টেট উত্তীৰ্ণ হ'ব লাগিব ।মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে কোনো কাৰণতে নাপাই শিক্ষকৰ চাকৰি। সাধাৰণ টেট পৰীক্ষাত উত্তীৰ্ণ হ'লেহে লাভ কৰিব শিক্ষকৰ চাকৰি। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে…

লাভলীনালৈ ৰেনল্টৰ উপহাৰ বিলাসী গাড়ী ‘কাইগাৰ’।

আজিৰ খবৰ,২০ আগষ্ট : সমগ্ৰ দেশবাসীকে গৌৰৱান্বিত কৰি ব্ৰঞ্জ মেডেল লাভ কৰা লাভলীনা বৰগোঁহাইক আজি ৰেনল্টে আগবঢ়াইছে এখন বিলাসী বাহন। অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাক ৰেনল্টে আগবঢ়াইছে ‘কাইগাৰ’ নামৰ বাহনখন।…

শীঘ্ৰে গুৱাহাটীৰ পথত চলিব ইলেক্ট্ৰনিক বাছ।

আজিৰ খবৰ, গুৱাহাটী, ২০ আগষ্ট : বিজেপি চৰকাৰৰ আজি ১০০ দিন ভতিক্ৰম কৰিলত কেবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । চৰকাৰে নিজৰ এবছৰীয়া বৰ্যপুৰ্তিৰ সময়ত কেইবাটাও নতুন সপোন বাস্তবায়িত কৰিবলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে।…

২১ আগষ্টত অসমলৈ পাবহি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।

আজিৰ খবৰ , গুৱাহাটী, ২০ আগষ্ট : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱাল কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছত কাইলৈ অৰ্থাৎ ২১ আগষ্টত অসমত আহি উপস্থিত হব ।…

অসমবাসীৰ বাবে ভাল খবৰ। অসমৰ দুগৰাকী শিক্ষকলৈ “ভাৰতৰ শ্ৰেষ্ঠ শিক্ষক ” বঁটা।

আজিৰ খবৰ ,২০ আগষ্ট : ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ দুগৰাকীকৈ শিক্ষক ৷দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ ৪৪ গৰাকী শিক্ষকৰ ভিতৰত অসমৰ যোৰহাট জিলাৰ টীয়কৰ বামুনপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক কংকণ কিশোৰ দত্ত আৰু…

ACTION

ACTION - Damodar Boruah There is a limit! How long will you wait ? One day, two days, three days,...after that one cannot wait further. One has to get up, one has to start , one has to work, whatever within it's one's reach. One…

গুৱাহাটীত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন : জেষ্ঠ ফটো সাংবাদিক ৰাজীৱ ভট্টাচাৰ্যক বঁটা প্ৰদান

আজিৰ খবৰ, গুৱাহাটী, ১৯ আগষ্ট : সমগ্ৰ বিশ্বৰ লগতে আজি অসম ফটো সাংবাদিক সন্হায়ো দিনযোৰা কাৰ্যসূচীৰে বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰে৷ গুৱাহাটী প্ৰেছ ক্লাৱ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা অনুষ্ঠানটোত আফগানিস্থানত তালিবানৰ আক্ৰমণত মৃত্যু বৰন কৰা…

আৰম্ভ হ’ল গুৱাহাটীৰ পৰা তেজুলৈ পোনপটীয়া বিমান সেৱা ।

আজিৰ খবৰ, গুৱাহাটী, ১৯ আগষ্ট : ভাৰত চৰকাৰে দেশৰ আন প্ৰান্তৰ দৰে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত আঞ্চলিক যোগাযোগ আঁচনি চমুকৈ আৰ চি এছৰ অধীনত পোনপটীয়া যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰিছে । ইয়াৰ অংশহিচাপে ফ্লাইবিগ নামৰ বিমান পৰিবহণ…

ৰাজ্যিক বিজেপিৰ নতুন সমিতি :কাক কি দায়িত্ব অৰ্পণ ভবেশ কলিতাৰ

আজিৰ খবৰ, গুৱাহাটী, ১৯ আগষ্ট: অসম ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দায়িত্ব পোৱাৰ পিছত বুধবাৰে ভবেশ কলিতাই ঘোষণা কৰিলে বিজেপিৰ নতুন সমিতি৷ বিজেপিৰ কাৰ্যালয়ত এই সমিতিৰ বিষয়ববীয়াৰ তালিকাখন ৰাজহুৱা কৰে সভাপতি কলিতাই ৷ এইবাৰ দলৰ মুখ্য মুখপাত্ৰৰ…