কাইলৈৰ পৰা গুৱাহাটীৰ পৰা অৰুণাচলৰ তেজুলৈ পোনপটীয়া বিমান সেৱা।
আজিৰ খবৰ, ১৭ আগষ্ট : ভাৰত চৰকাৰে দেশৰ আন প্ৰান্তৰ দৰে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত আঞ্চলিক যোগাযোগ আঁচনি চমুকৈ আৰ চি এছৰ অধীনত পোনপটীয়া যাত্ৰীবাহী বিমান সেৱা আৰম্ভ কৰিছে । ইয়াৰ অংশহিচাপে ফ্লাইবিগ নামৰ বিমান পৰিবহণ সংস্থাটোৱে ১৯…