Your Voice, Our Strength
Browsing Tag

News 24

ৰজাৰ ঘৰত কোনে চলাইছিল চোৰৰ হাতোৰা ?

আজিৰ খবৰ, গুৱাহাটী, ১৮ জুলাই : প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ফণীভূষণ চৌধুৰীৰ ইন’ভা বাহনখন নুমলীগড়ত দুৰ্ঘটনাত পতিত হোৱাৰ পাছতে পোহৰলৈ আহিছে এক নতুন তথ্য । প্ৰকৃততে কোনে সাহস কৰিছিল ৰজাৰ ঘৰতে মাৰিবলৈ চোৰৰ হাতোৰা ? কটকটীয়া নিৰাপত্তাৰক্ষী থকাৰ…

নাৰী সৰবৰাহৰ সৈতে ওতঃপ্ৰোতভাবে জড়িত হীৰা। হীৰাৰ বাবেই আজি উত্তপ্ত পৰিস্থিতি

আজিৰ খবৰ, নগাঁও, ১৮ জুলাই :- নগাঁও জিলাৰ ৰূপহীৰ লতাবোৱাত উত্তপ্ত পৰিস্থিতি ৷ গুজৰাটলৈ নাৰী সৰবৰাহৰ অভিযোগত কলিৰাম হীৰাক আটক কৰি ৰাইজে গতালে আৰক্ষীক। 🔹 লতাবোৱাত উত্তপ্ত পৰিস্থিতি, স্থানীয় ৰাইজে লপাথপা দি আবদ্ধ কৰি থলে কলিৰাম হীৰা নামৰ এজন…

১০ বছৰ আগতেই ড্ৰাগছৰ বিৰুদ্ধে চলিব লাগিছিল অভিযান : ড্ৰাগছক লৈ কি ক’লে জুবিন গাৰ্গে….

আজিৰ খবৰ ১৭ জুলাই: সুস্থ সমাজ আৰু সমৃদ্ধিশালী দেশ গঢ়িবলৈ চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গে । চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে প্ৰশংসা কৰিছে কণ্ঠশিল্পী জুবিন গাৰ্গে ।। জুবিনে কয় অসম…

ধুবুৰীৰ গৌৰীপুৰ সাহেবগঞ্জত নিশা আৰক্ষীৰ অভিযানত জব্দ আঠটাকৈ গৰু ।

আজিৰ খবৰ, ধুবুৰী, ১৭ জুলাই : ধুবুৰীৰ গৌৰীপুৰ সাহেবগঞ্জত নিশা আৰক্ষীৰ অভিযানত জব্দ আঠটাকৈ গৰু । বহি ৰাজ্যৰ পৰা অনা হৈছে বুলি সন্দেহ কৰা হৈছে গৰু কেইটা । সৰবৰাহ কাৰীয়ে খোজকাঢ়ি লৈ যোৱা থকা অৱস্থাত বালাজান আৰক্ষীয়ে জব্দ কৰে গৰু কেইটা ।…

যোৰহাটত কিছু শিথিলতা : প্ৰথম বাৰৰ বাবে পজিটিভিতি ১.৮৪ %

আজিৰ খবৰ, যোৰহাট, ১৭ জুলাই : বিগত দুটা মাহৰ পাছত যোৰহাটত প্ৰথম বাৰৰ বাবে পজিটিভীতিৰ হাৰ ১.৮৪ %. আজি সৰ্বাধিক ছহেজাৰ ২৮৬ জনৰ পৰীক্ষা কৰাৰ পাছত ১১৭ জন পজিটিভ পোৱা যায়। যাৰ বাবে জিলা প্ৰশাসনে কিছু শিথিলতা কৰিছে। কিন্তু চৰকাৰে নতুন SOP নিদিয়ালৈ…

এটা নিজান ৰেল ষ্টেচন।

নিজান ৰেল ষ্টেচন। দিনৰ শেষ ৰেলখনেও প্লেটফৰ্ম এৰিলে। এগৰাকী বৃদ্ধা তেতিয়াও ষ্টেচনত বহিয়েই আছে। পিছদিনাহে পিছৰ ৰেলখন আহিব সেইকথা সেই বৃদ্ধা গৰাকী অবগত নহয়। এজন কুলিৰ চকু পৰিল সেই বৃদ্ধা গৰাকীৰ ওপৰত। - মা আপুনি কলৈ যাব? - দিল্লীলৈ যাম…

মেখেলাচাদৰ পিন্ধিবলৈ ভয় কৰা ছোৱালীজনী এতিয়া টকিঅ’ অলিম্পিকলৈ যাত্রা

লাভলীনাৰ সংগ্ৰামী জীৱনৰ কাহিনী -১                       :দেৱজিৎ ফুকন:        সহযোগী অধ্যাপক, ডি আৰ কলেজ, গোলাঘাট প্ৰয়োজনতকৈ অধিক ওখ ছোৱালীজনী ৷ তেতিয়া তাই অষ্টম শ্ৰেণীৰ ছাত্ৰী ৷ বিদ্যালয়ৰ নিয়ম অনুসৰি অষ্টম শ্ৰেণীলৈ উৰ্ত্তীণ হলেই চাদৰ…

ডিব্ৰুগড়ত ক’ভিডক লৈ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সজাগতা

আজিৰ খবৰ, ডিব্ৰুগড়, ১৬ জুলাই : ডিব্ৰুগড়ৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বিগ্ন জিলা প্ৰশাসন। চহৰখনৰ উপকন্ঠ অঞ্চলত আৰক্ষী-অৰ্ধসামৰিক বাহিনীক লৈ সজাগতা অভিযানত নামিল ডিব্ৰুগড় জিলা প্ৰশাসন। আজি চহৰখনৰ উপকন্ঠ ঠাকুৰথানৰ পৰা বিশাল সজাগতা কাৰ্যসূচীৰে বাহিৰ…

ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট।থোৰতে জানি লওঁক কি আছে বাজেটত ….

আজিৰ খবৰ,গুৱাহাটী, ১৬ জুলাই : ৰূপকোঁৱৰ জ্যোতপ্ৰসাদ আগৰৱালাৰ কবিতাৰে বাজেট ভাষণ আৰম্ভ কৰে বিত্তমন্ত্ৰীয়ে। সদনত দাখিল কৰিলে ৫৬৬ কোটি টকাৰ ঘাটি বাজেট। অসম বিধানসভাৰ বর্ষাকালীন অধিৱেশনত আজি ২০২১–২২ বিত্তীয় বর্ষৰ বাবে বাজেট দাখিল কৰে…