: বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ : (প্ৰথম খণ্ড)
বহ্নিমান আবেগৰ সিটো পাৰে মোৰ আকাশ
লেখিকা : ধৃতিস্মিতা দাস
স্কুটীখন পাৰ্ক কৰি খৰধৰকৈ স্কুলৰ ভিতৰলৈ সোমাই যাব খোজোতেই গেটখনলৈ এবাৰ চকু গ'ল লীনাৰ।লীনা পৰাশৰ স্কুলখনৰ এগৰাকী নতুন শিক্ষয়িত্ৰী।প্ৰায় দুমাহ হৈছে জইন কৰা।কিন্তু আজি…