বোকাজানত বৃহৎ পৰিমাণৰ বনৰৌ বাকলি আৰু ১৫ টাকৈ দুষ্প্ৰাপ্য কেকো সাপ জব্দ।
আজিৰ খবৰ, বোকাজান, ১৮ জুলাই :
গুৱাহাটীৰ পৰা অহা ৱাইল্ড লাইফ ক্ৰাইম কন্ট্ৰোল ব্যুৰোৰ এটা দলে বোকাজান আৰক্ষী থানা আৰু পূব সংমণ্ডল বন বিভাগৰ সহায়ত এক গোপন খবৰৰ ভিত্তিত দুষ্প্ৰাপ্য প্ৰাণী সমূহক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
উক্ত দুষ্প্ৰাপ্য…