গুৱাহাটীত অখণ্ড ভাৰত সংকল্প দিৱস উদযাপন।
আজিৰ খবৰ, ১৭ আগষ্ট : সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ কনকলতা নগৰৰ উদ্যোগত ১৪ আগষ্টত "অখণ্ড ভাৰত সংকল্প দিৱস" উদযাপন কৰা হয়। গুৱাহাটীৰ সাতগাওঁ লাচিত পুথিভঁৰালত অনুষ্ঠিত সংকল্প দিৱসৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সীমান্ত চেতনা…