ডিগবৈ আৰক্ষীৰ চকুত ধুলি দি চোৰৰ মুক্ত বিচৰণ
আজিৰ খবৰ, ডিগবৈ, ১৬ জুলাই : ডিগবৈ আৰক্ষীৰ চকুত ধুলি দি চহৰখনত নিশা গাড়ী চোৰৰ মুক্ত বিচৰণ । চহৰ খনৰ মাজ মজিয়াৰ পৰা নিশা চোৰে নিলে গাড়ী । চহৰ খনৰ মাকুম মটৰ্চ নামৰ পেট্ৰল ডিপু টোৰ চৌহদত ৰখাই থোৱা পদ্মা গগৈ ৰ এ এচ ২৩ আৰ ৪২৯৪ নম্বৰৰ ভান খন…