Your Voice, Our Strength
Browsing Tag

NKTV

ইতিবাচক চিন্তাৰে সমাজ গঢ়িব লাগে ।

আজিৰ খবৰ ,১৫ জুলাই : আজি দক্ষিণ কামৰূপ সচেতন মঞ্চৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে এক সম্বৰ্দ্ধনা কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে সম্বৰ্দ্ধিত বিষয়া সকলৰ লগত ভাৱ বিনিময় কৰে। সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক, লেখক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন…

এখন গাৱৰ এজন দূৰ্ভগীয়া যুৱক।

আজিৰ খবৰ, ৰঙিয়া, ১৫ জুলাই :- এখন গাৱৰ এজন দূৰ্ভগীয়া যুৱক।। যুৱক জনৰ নাম বিপুল কলিতা। ঘৰ ৰঙিয়াৰ ওচৰৰ নিজ ইচ্ছাদঘৰীয়া গাৱত। পেছাত দিন হাজিৰা কৰা ছমিন কলিতাৰ একমাত্ৰ পুত্ৰ বিপুল কলিতাই আজি ছমাহ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ জীৱন মৃত্যুৰ…

ডুমডুমা আৰক্ষীৰ সফল অভিযান ।

আজিৰ খবৰ, ডুমডুমা, ১৫ জুলাই : তিনিচুকীয়া জিলাত অব্যাহত আছে ড্ৰাগছ বিৰোদ্ধে অভিযান ।  ডুমডুমা থানাৰ আৰক্ষী বিষয়া অসীম বড়া নেতৃত্বত  আৰু  আৰক্ষী উপ পৰিদৰ্শক চিত্ৰৰঞ্জন বুঢ়াগোহাঁইৰ সহযোগত এক সফল অভিযানত তিনি অভিযুক্তক আটক । ডুমডুমাৰ শঙ্কৰদেৱ…

কলিয়াবৰৰ দলগাঁৱত দেশীয় সুৰাৰ লগতে চুলাই মদৰ ৰমৰমীয়া বেহা।

আজিৰ খবৰ, কলিয়াবৰ, ১৫ জুলাই: কলিয়াবৰৰ দলগাঁৱত দেশীয় সুৰাৰ লগতে চুলাই মদৰ ৰমৰমীয়া বেহা। লকডাউন-কাৰ্ফিউৰ সুযোগ বুজি এচামে ঘৰতে অবৈধভাৱে চলাইছে দেশীয় সুৰাৰ লগতে চুলাই মদৰ ৰমৰমীয়া বেহা। কলিয়াবৰৰ দলগাঁৱত…

কাকপথাৰ আৰক্ষীৰ পুৱাৰে পৰা ডাঙৰী বনাঞ্চলত অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান

আজিৰ খবৰ, কাকপথাৰ, ১৫ জুলাই: ৰাজ্যত অব্যাহত আছে অবৈধ চুলাইৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান ৷ সমান্তৰালকৈ আজি পুৱাৰে পৰা কাকপথাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে অবৈধ চুলাই বিৰুধী অভিযান ৷ গোপন সূত্ৰৰ পম খেদি কাকপথাৰ আৰক্ষীৰ এটা দলে ডুমডুমা বন সংমণ্ডল…

চামগুৰিৰ এটি দৰিদ্ৰ পৰিয়াল।

আজিৰ খবৰ, চামগুৰি, ১৪ জুলাই :- চামগুৰিৰ এটি দৰিদ্ৰ পৰিয়াল। গাড়ী চলাই জীৱন নিৰ্বাহ কৰা চামগুৰিৰ হাহঁচৰা গাঁৱৰ নিতুল লস্কৰৰ পৰিয়াললৈ নামি আহিছে কাল বিভিষিকা। ক'ভিড SOP ৰ নিৰ্দেশ মৰ্মে বৰ্তমান যান বাহন সমূহ চলোৱা বন্ধ হৈ পৰাত লস্কৰৰ পানীত…

শালকাটিত সাংবাদিক আক্ৰমণৰ ঘটনাক লৈ ধিং প্ৰেছ ক্লাৱৰ প্ৰতিবাদ।

আজিৰ খবৰ, ধিং, ১৪ জুলাই : ধিঙৰ শালকাটিত যোৱা কালি ২ জনকৈ সাংবাদিকক আক্ৰমণ কৰা ঘটনাক লৈ আজি ধিং প্ৰেছ ক্লাৱে এক প্ৰতিবাদী কাৰ্যসূচী গ্রহণ কৰে। ধিং প্ৰেছ ক্লাৱৰ কাৰ্যলয়ত সদস্য সকলে মুখত ক'লা কাপোৰ পৰিধান কৰি সাংবাদিক আক্ৰমণৰ ঘটনাৰ লগত জড়িত…

পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিক লৈ সৰব বিৰোধী

আজিৰ খবৰ,১৩ জুলাই : পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্রথম দিনটোতেই উত্তাল পেট্র’ল–ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিক লৈ বিৰোধী সদস্যসকলে হাতে হাতে প্লেকার্ড প্রদর্শন কৰি সদনৰ পৰা ওলাই আহি সদনৰ বাহিৰতো হাতত প্লেকার্ড লৈ…

ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীত অন্তৰ্ভুক্ত হৈছে সৰ্বানন্দ সোণোৱাল

আজিৰ খবৰ,১৩ জুলাই : মন্ত্ৰীসভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটী (CCPA)ত অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালক। বিগত সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণৰ পিছতে মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মোদী মন্ত্ৰীসভাৰ আন…

সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ বৃহৎ অভিযান

আজিৰ খবৰ, বৰপেটা, ১৩ জুলাই :- সুৰাৰ অবৈধ বেহাৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ বৃহৎ অভিযান বৰপেটাৰ গান্ধীনগৰত আৰক্ষীয়ে চলোৱা অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী আৰু দেশীয় সুৰা উপ পৰিদৰ্শক বকুল ইংতিৰ নেতৃত্বত অভিযান চলাই বিপুল দাস নাম লোক…