Your Voice, Our Strength
Browsing Tag

NKTV

সুঠাম যুৱক বিচাৰি ৮৫ বছৰীয়া আইতাই দিলে বিজ্ঞাপন

আজিৰ খবৰ,৯ জুলাই : প্রেমৰ যে কোনো বয়স নাই তাকে প্ৰমাণ কৰি দেখুৱাইছে আমেৰিকাৰ ৮৫ বছৰীয়া এগৰাকী আইতাই । ৮৫ বছৰীয়া এই গৰাকী বৃদ্ধা আইতাই বিচাৰিছে সুঠাম যুৱক । তাৰ বাবে দিছে আইতাই বিজ্ঞাপন । দুৰ্দান্ত প্ৰেমিকাৰ আইতাৰ প্ৰেম কাহিনীয়ে এতিয়া সংবাদ…

কভিড পৰিস্থিতিৰ বুজ লবলৈ সৰুপথাৰত উপস্থিত হল মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী।

আজিৰ খবৰ, সৰুপথাৰ, ৯ জুলাই: ধনশিৰি মহকুমাৰ সৰুপথাৰত আজি বিয়লি উদ্যোগ বাৰ্ণিজ্য আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী উপস্থিত হয়। সৰুপথাৰৰ পদুমণিস্থিত দক্ষিণ উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত ধনশিৰি প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উপস্থিতিত…

গোলকগঞ্জৰ ভাৰত বাংলা সীমান্তৰ বিন্নাছৰাৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে এজনক ৷

আজিৰ খবৰ, গোলোকগঞ্জ, ৯ জুলাই : গোলকগঞ্জৰ ভাৰত -বাংলা সীমান্তৰ বিন্নাছৰাত গোপন সুত্ৰৰ পম খেদি ড্ৰাগছ সহ এজনক আটক কৰে গোলকগঞ্জ আৰক্ষীয়ে ৷ বিন্নাছৰাত দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰৱৰাহৰ খৱৰ লাভ কৰিছিল গোলকগঞ্জ আৰক্ষীয়ে ৷ শুক্ৰবাৰে চলোৱা এক অভিযানত…

খেতিৰ সময় । পথাৰত কেনেকৈ প্ৰয়োগ কৰিব পচন বা ৰাসায়নিক সাৰ ।

আজিৰ খবৰ ৮ জুলাই : প্ৰতিবিঘা শালি খেতিৰ বাবে ১.৩৩ টন পচন সাৰ বা শুকান গোবৰৰ লগতে মধ্যমীয়া চাপৰ জাতৰ ক্ষেত্ৰত ১৮ কিলোগ্ৰাম ইউৰিয়া, ১৭ কিলোগ্ৰাম একক চুপাৰ ফচফেট আৰু ৯ কিলোগ্ৰাম মিউৰিয়েট অৱ পটাচ সাৰৰ প্ৰয়োজন। তেনেদৰে ওখ জাতৰ ক্ষেত্ৰত ৬…

পুতেক জেলত। বৃদ্ধাৱস্থাৰ বাবে এইবাৰ পথাৰত হাল বাব নোৱাৰিলে দেউতাকে । পুতেকলৈ লিখিলে চিঠি ,…

"বাপু ❗মোৰ বৃদ্ধাৱস্থাৰ বাবে এইবাৰ পথাৰত হাল বাব নোৱাৰিলো; যাৰফলত খেতি কৰা নহ’ল❗ মই নিশ্চিত যে তুমি ঘৰত থকা হ’লে এই দুৰ্যোগ কেতিয়াও নহ’লহেঁতেন ‼️" এজন বৃদ্ধ কৃষকে কাৰাগাৰত থকা তেওঁৰ একমাত্ৰ পুতেকলৈ এইদৰে এখন চিঠি লিখিলে;--------_ দেউতাকৰ…

এতিয়াৰে পৰা নিয়োগ বিনিময় কেন্দ্ৰলৈ নোযোৱাকৈ অনলাইন যোগে কৰিব পাৰিব পঞ্জীয়ন । পঢ়ক আৰু আছে বহু কেইটা…

আজিৰ খবৰ,৭ জুলাই : বুধবাৰে অনুষ্ঠিত কেবিনেট বৈঠকৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । কি কি সিদ্ধান্ত ল'লে সংবাদ মেলযোগে সদৰি কৰিলে অসম চৰকাৰৰ মুখপাত্ৰ, কেবিনেট মন্ত্ৰী পীযুষ হাজৰীকাই । কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ - …

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা : বাতিল হ’ল ৫ নং দফা

আজিৰ খবৰ,গুৱাহাটী, ৮ জুলাই : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যায়নৰ ফৰ্মূলাৰ ৫ নং দফা বাতিল কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু…