আপোনাৰ বা মোৰ গৰ্ব , অহংকাৰ কিমানদিনলৈ থাকিবনো ???
আজিৰ খবৰ, গুৱাহাটী, ১১ জুলাই : ☑চল্লিশ বছৰ বয়সত উচ্চ শিক্ষিত আৰু কম শিক্ষিতৰ কোনো পাৰ্থক্য নাথাকে,,,
কম শিক্ষিত জনেও উচ্চ শিক্ষিত জনতকৈ বেছি উপাৰ্জন কৰে ।।।
☑পঞ্চাশ বছৰ বয়সত
ধুনীয়াজন আৰু আপচুজন প্ৰায় একেই হৈ যায় ,,,…