মোডীৰ মন্ত্ৰী সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী ।
আজিৰ খবৰ,৭ জুলাই : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এইবাৰ মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল । কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
আজি সম্প্ৰসাৰণ হয় মোদীৰ মন্ত্ৰীসভা।ৰাষ্ট্রপতি…