Your Voice, Our Strength
Browsing Tag

NKTV

লাভলীনালৈ উত্তৰ-প্ৰদেশ চৰকাৰৰ ১ কোটি টকা উপহাৰ

আজিৰ খবৰ,১৭ আগষ্ট : ট’কিঅ’ অলিম্পিকত পদক বিজয়ীলৈ উত্তৰ-প্ৰদেশ চৰকাৰে আগবঢ়াইছে আকৰ্ষণীয় উপহাৰ৷ অলিম্পিকৰ পদকজয়ী আটাইকেইজন খেলুৱৈৰ লগতে অসমৰ প্ৰথমগৰাকী অলিম্পিক পদক জয়ী লাভলীনা বৰগোঁহাইলৈও উত্তৰ-প্ৰদেশ চৰকাৰে আগবঢ়াইছে ১ কোটি টকা । এই উপহাৰ…

গুৱাহাটী যাম বুলি ভাবিছে নেকি ? এতিয়াই যোৱাৰ কথা ভুলটো নাভাবিব ! জানি লওক সবিশেষ

আজিৰ খবৰ, গুৱাহাটী, ১৭ আগষ্ট : আন্তঃজিলা খুলিল । হয়তো আপুনি ভাবিছে খুলিলেই যেতিয়া গুৱাহাটীৰ পৰা আহোঁ । পিছে এতিয়াই গুৱাহাটীৰ অহাৰ কথা কেতিয়াও নাভাবিব । আহিলেই বিপদত পৰিব । যদি কোনো বিশেষ জৰুৰী কাম নাই, তেন্তে এই সপ্তাহত গুৱাহাটীলৈ অহাৰ কথা…

ব্যক্তিগত বাহনেৰে আন্তঃ জিলা যাতায়তত অনুমতি।

আজিৰ খবৰ,গুৱাহাটী, ১৭ আগষ্ট : আজি পুৱা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে নতুম এছ অ পি । নতুন এছ অ পি মতে ৰাজ্যত উন্নতি ঘটিছে ক'ভিড পৰিস্থিতিৰ। ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ'ব নৈশ সান্ধ্য আইন। সকলো জিলাতে নিশা ৭.০০ বজাৰ পৰা পিছদিনা…

আফগানিস্তানত আধিপত্য বিস্তাৰ কৰিলে তালিবানে।

আজিৰ খবৰ,১৬ আগষ্ট : ৰক্তাক্ত হৈ পৰিছে আফগানিস্তান । কেৱল গুলি ,বেমাৰ শব্দই টচনচ কৰিছে দেশখনৰ ৰাজধানী কাবুল ।প্ৰতি মূহুৰ্ততে প্ৰাণৰ সংশয়ত ভুগিছে সাধাৰণ নাগৰিক । সাধাৰণ জনতাই এতিয়া পলায়ন কৰিছে দেশ এৰি । সুদীৰ্ঘ ২০ বছৰৰ অন্তত আফগানিস্তানত…

নতুন SOP সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

আজিৰ খবৰ, গুৱাহাটী, ১৭ আগষ্ট : আজি প্ৰকাশ পাব নতুন এছ অ' পি। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদমেলযোগে এই নতুন এছ অ' পি ঘোষণা কৰিব। আজি প্ৰকাশ পাবলগীয়া নতুন এছ অ' পি চুড়ান্ত কৰা হৈছে বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।…

দীপৰ বিলক পৰ্যটনৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণ দাবী।

আজিৰ খবৰ, গুৱাহাটী, ১৬ আগষ্ট : দেশৰ লগতে বিশ্বৰ অন্যতম প্ৰাকৃতিক জলাশয় হিচাপে পৰিগণিত হৈ অহা দীপৰ বিলক ৰক্ষা কৰিবলৈ আমি ৰংমন ট্যুৰিজিম চছাইটিয়ে জন্মলগ্নৰে পৰা কাম কৰি আহিছো আৰু কৰি যাম । কিন্তু ৰাষ্ট্রীয় সেউজ ন্যায়াধিকৰণৰ ( এন জি টি )…

দীপৰ বিলৰ সমীপত কটন বিশ্ববিদ্যালয়ৰ উদ্যোগত গছপুলি ৰোপণ

আজিৰ খবৰ, গুৱাহাটী, ১৬ আগষ্ট : দেশৰ স্বাধীনতা দিৱসৰ ৭৫ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি ১৫ আগষ্টত দীপৰ বিলৰ সমীপৰ চকৰদৌ প্ৰাথমিক বিদ্যালয় , চকৰদৌ উপস্বাস্থ্য কেন্দ্ৰ আৰু চকৰদৌ দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়ত কটন বিশ্ববিদ্যালয়ৰ…

শূণ্য হ’বগৈ কংগ্ৰেছ : সুস্মিতা দেৱৰ দল ত্যাগ

আজিৰ খবৰ,১৬ আগষ্ট : প্ৰায়ে শূণ্য হ'বলৈ গৈ আছে কংগ্ৰেছ দল । এইবাৰ কংগ্ৰেছ এৰিলে শিলচৰৰ সক্ৰিয় নেত্ৰী সুস্মিতা দেৱে ৷ কংগ্ৰেছ দলত মোক্ষম আঘাত সানি দলৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰিলে কংগ্ৰেছ দলৰ সক্ৰিয় নেত্ৰী তথা নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভাপতি…

তিতাবৰত উদযাপন ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন

আজিৰ খবৰ, তিতাবৰ, ১৫ আগষ্ট : সমগ্ৰ দেশৰ লগতে তিতাবৰ ৰাজীৱ গান্ধী ক্ৰিয়া প্রকল্পত দেওবাৰে উদযাপন কৰা হয় ৭৫ সংখ্যক স্বাধীনতা দিৱস ৷ মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় স্বাধীনতা দিৱস৷ সেই উপলক্ষে তিতাবৰৰ মহকুমাধিপতিয়ে উত্তোলন কৰে পতাকা…