এখন গাৱৰ এজন দূৰ্ভগীয়া যুৱক।
আজিৰ খবৰ, ৰঙিয়া, ১৫ জুলাই :-
এখন গাৱৰ এজন দূৰ্ভগীয়া যুৱক।। যুৱক জনৰ নাম বিপুল কলিতা। ঘৰ ৰঙিয়াৰ ওচৰৰ নিজ ইচ্ছাদঘৰীয়া গাৱত। পেছাত দিন হাজিৰা কৰা ছমিন কলিতাৰ একমাত্ৰ পুত্ৰ বিপুল কলিতাই আজি ছমাহ ধৰি এক জটিল ৰোগত আক্ৰান্ত হৈ জীৱন মৃত্যুৰ…