Your Voice, Our Strength
Browsing Tag

Rameswar Teli

এদেও দুদেও লোটা নিয়া ছেও ধৰিছে নেকি তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই : বিজেপিলৈ যাব নেকি…

আজিৰ খবৰ ২৩আগষ্ট : পুনৰ চৰ্চালৈ আহিছে তিতাবৰৰ কংগ্ৰেছ দলৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা । আজি বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ যোৰহাটৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰা দেখা গল তিতাবৰৰ কংগ্রেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক । যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত…

পবিত্ৰ উৎসৱ আজি ৰাখীবন্ধন ।

আজিৰ খবৰ, গুৱাহাটী, ২২ আগষ্ট : আজি শাওন মাহৰ পবিত্ৰ পূৰ্ণিমা তিথি ৷ এই পবিত্ৰ দিনটোৱেই হ’ল ৰাখী পূৰ্ণিমা বা ৰাখী বন্ধন ৷ ৰাখী বন্ধন এক পবিত্ৰৰ উৎসৱ।ভাতৃ-ভগ্নীৰ পবিত্ৰ উৎসৱ শাওন মাহৰ পবিত্ৰ পূৰ্ণিমা তিথি দিনটোতেই পালন কৰা হয় যদিও ৰাখী বন্ধন…

এফালে আর্শীবাদ যাত্রা আনফালে ক’ভিডক লৈ স্বাস্থ্য মন্ত্ৰীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

আজিৰ খবৰ, গুৱাহাটী, ২১ আগষ্ট : প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছতে স প্ৰথমবাৰ ৰাজ্যত ভৰি দিয়াৰ লগে লগে  আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক বিজেপিয়ে আৰম্ভ কৰিছে আশীৰ্বাদ যাত্ৰা। এফালে বিজেপিৰ…

১২ বছৰ ঊর্ধ্বৰ কিশোৰ কিশোৰীক প্রদান কৰিবলৈ জাইক’ভ–ডি’ ভেকচিনৰ অনুমোদন।

আজিৰ খবৰ,২১ আগষ্ট : এইবাৰ দেশত কিশোৰ–কিশোৰীক প্রদান কৰা হ’ব ক’ভিড–১৯ ভেকচিন৷ প্রখ্যাত কোম্পানী জাইডাছ কেডিলাৰ ক’ভিড ভেকচিন ‘জাইক’ভ–ডি’ জৰুৰীকালীন ব্যৱহাৰত অনুমোদন জনাইছে ড্রাগ্ছ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই৷ ১২ বছৰ ঊর্ধ্বৰ কিশোৰক প্রদান…

BEAUTY OF MOONLIGHT

The moon is shining at its brightest Adding up brightness to everything equally with the stars. The stars around the Moon is brightening up the busiest city Looks like our mother nature saying Good Night to her kids By kissing…

গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল : ঢোলে-দগৰে আদৰণি সৰ্বানন্দ সোণোৱালক, আৰম্ভ…

আজিৰ খবৰ, গুৱাহাটী, ২১ আগষ্ট :গুৱাহাটীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় বন্দৰ, জাহাজ, জলপৰিবহন তথা আয়ুস মন্ত্ৰ্যালয়ৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পাছত প্ৰথমবাৰ অসমলৈ আহিছে সোণোৱাল। বৰঝাৰ বিমান বন্দৰত ঢোলে-দগৰে…

মুখ্যমন্ত্ৰীৰ ঘোষণা : বাছ চালকলৈ ১০ হাজাৰ আৰু পূজাৰীলৈ ১৫ হাজাৰ টকা সাহাৰ্য।

আজিৰ খবৰ, গুৱাহাটী, ২১ আগষ্ট : আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ১০০ দিনত ভৰি দিলে ।১০০ দিন অতিক্ৰম কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত কৰিলে বহু গুৰুত্বপূৰ্ণ ঘোষণা। তাৰে ভিতৰত হৈছে বাছ চালক সকলক দিয়া হ'ব ১০ হাজাৰকৈ সাহাৰ্য ।…

লোকনিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ ফেচবুক একাউণ্ট হেক , আজাৰা থানাত এজাহাৰ দাখিল।

আজিৰ খৱৰ ,গুৱাহাটী, ২১ আগষ্ট : এইবাৰ ফেচবুক হেকাৰৰ কৱলত পৰিছে অসম চৰকাৰৰ লোকনির্মাণ পথ বিভাগৰ এজন অভিযন্তা । অভিযন্তা জন হল পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা আৰু গুৱাহাটীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ নিবাসী…

মাদ্ৰাছা টেট উত্তীৰ্ণই কোনো কাৰণতে নাপাই শিক্ষকৰ চাকৰি….

আজিৰ খবৰ,২০ আগষ্ট: ৰাজ্যত শিক্ষকৰ চাকৰি লাভ কৰিবলৈ সাধাৰন টেট উত্তীৰ্ণ হ'ব লাগিব ।মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে কোনো কাৰণতে নাপাই শিক্ষকৰ চাকৰি। সাধাৰণ টেট পৰীক্ষাত উত্তীৰ্ণ হ'লেহে লাভ কৰিব শিক্ষকৰ চাকৰি। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে…

লাভলীনালৈ ৰেনল্টৰ উপহাৰ বিলাসী গাড়ী ‘কাইগাৰ’।

আজিৰ খবৰ,২০ আগষ্ট : সমগ্ৰ দেশবাসীকে গৌৰৱান্বিত কৰি ব্ৰঞ্জ মেডেল লাভ কৰা লাভলীনা বৰগোঁহাইক আজি ৰেনল্টে আগবঢ়াইছে এখন বিলাসী বাহন। অলিম্পিকত নিজ দেশক প্ৰতিনিধিত্ব কৰি ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাক ৰেনল্টে আগবঢ়াইছে ‘কাইগাৰ’ নামৰ বাহনখন।…