Your Voice, Our Strength
Browsing Tag

Azir Khobor

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা : বাতিল হ’ল ৫ নং দফা

আজিৰ খবৰ,গুৱাহাটী, ৮ জুলাই : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ মূল্যায়নৰ ফৰ্মূলাৰ ৫ নং দফা বাতিল কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ উপস্থিতিত সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু…

মোডীৰ মন্ত্ৰী সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী ।

আজিৰ খবৰ,৭ জুলাই : অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এইবাৰ মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল । কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । আজি সম্প্ৰসাৰণ হয় মোদীৰ মন্ত্ৰীসভা।ৰাষ্ট্রপতি…

কেনেকৈ লাভ কৰিব শ্ৰেষ্ঠ কৰ্মচাৰী পুৰস্কাৰ ?

আজিৰ খবৰ,৭ জুলাই : এইবাৰৰ পৰা ‘‘২৮ জুলাইৰ দিনটো দেশভক্ত দিৱস আৰু ৫ আগষ্টত কৰ্মচাৰী দিৱস হিচাপে পালন কৰা হ’ব । ২৮ জুলাইৰ দিনটো দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু তিথি। এই দিনটো দেশভক্ত দিৱস হিচাপে ৫ আগষ্টত গোপীনাথ বৰদলৈৰ মৃত্যু দিৱসৰ দিনটো…

চিনেমাৰ নাম লৈ সৃষ্টি হোৱা এক কাহিনী

#নিমিলা #অংক# উজনিৰ দুজনী গাভৰু' ! এজনীৰ নাম - 'জানমণি', আনজনীৰ নাম 'কাদম্বৰী' ! দুয়োজনীয়ে দেখাত 'ৰূপহী' আৰু 'ৰাংঢালী' ! দুয়ো জনীৰ কথা ভাৱিলেই মোৰ 'যৌৱনে আমনি কৰে' l এদিন 'মৰম নদীৰ গাভৰু ঘাট'ত 'হালধীয়া চ'ৰাইক বাওধান খোৱাই থাকোতে ' জানমণি…

এক চাঞ্চল্যৰ খবৰ

আজিৰ খবৰ,৭ জুলাই : মুখ্যমন্ত্ৰীয়ে আৰক্ষীক কঠোৰ নিৰ্দেশ দিয়াৰ সময়তে মহানগৰীত সংঘটিত হৈছেএক চাঞ্চল্য ঘটনা । এজন ব্যৱসায়িক ধন দাবিৰে অপহৰণ চেষ্টা চলাইছে দুৰ্বৃত্তই । মহানগৰীৰ বিজি য়ার্ডত সংঘটিত হৈছে এই ঘ্টনা। দেওবাৰে নিশা মঠঘৰীয়াৰ দীপক দাস…

‘আজি মোৰ মূৰৰ পৰা ডাঙৰ বোজা এটা আঁতৰা যেন লাগিছে’ : মুখ্যমন্ত্ৰী

আজিৰ খবৰ, গুৱাহাটী, ৬ জুলাই : আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত ২০০ খন ICU বিছনা যুক্ত কোভিড হস্পিতাল আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ…

পশু – পালনত ৫ হাজাৰ পদত শীঘ্ৰে হ’ব নিযুক্তি

আজিৰ খবৰ,৬ জুলাই : পশু - পালন বিভাগত খালী হৈ থকা ৫ হাজাৰৰ অধিক পদত শীঘ্ৰে নিযুক্তি প্রদান কৰা হ’ব বুলি ঘোষণা কৰে ৰাজ্যৰ কৃষিমন্ত্রী অতুল বৰাৰই । উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে ৰাজ্যত ১ লাখ নিবনুৱা যুৱক–যুৱতীক…